--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিট হৈ থকা আৰু সক্ৰিয় জীৱনশৈলী বজাই ৰখাটো আমাৰ জীৱনশৈলীৰ এক অপৰিহাৰ্য অংশ হোৱা উচিত। শেহতীয়া মহামাৰী ক’ভিড-১৯য়ে আমাক শিকাইছে যে নিয়মিত ব্যায়াম কৰাটো স্বাস্থ্যকৰ খাদ্য খোৱাৰ দৰেই গুৰুত্বপূৰ্ণ। পৰামৰ্শ অনুসৰি প্ৰাপ্তবয়স্কসকলে সপ্তাহত কমেও ১৫০ মিনিট মধ্যমীয়া তীব্ৰতাসম্পন্ন শাৰীৰিক কাৰ্যকলাপ আৰু সপ্তাহত কমেও দুদিন জোৰদাৰ কাৰ্য্যকলাপ কৰিব লাগে।

চাইকেল চলোৱাটো হৈছে অন্যতম শ্ৰেষ্ঠ এৰোবিক ব্যায়াম যিয়ে বহুতো সুবিধা প্ৰদান কৰে। চাইকেল চলোৱাটো এটা স্বাস্থ্যকৰ, কম প্ৰভাৱৰ ব্যায়াম যিটো যিকোনো বয়সৰ যিকোনো ব্যক্তিয়ে উপভোগ কৰিব পাৰে। ই বহুত মজাৰ লগতে অতিৰিক্ত কেলৰি কমাবলৈ সৰ্বোত্তম শাৰীৰিক কাৰ্য্যকলাপ। অতি কম সংখ্যক লোকেহে জানে যে ই মহিলাৰ বাবেও অতি উত্তম কাম।

চাইকেল চলালে কি সুফল পাব জানি লওক

১: ওজন হ্ৰাস কৰাত সহায় কৰে

২: পেশীৰ টোন আৰু শক্তি বৃদ্ধি কৰে

৩: হৃদযন্ত্ৰৰ বাবে ভাল

৪: মানসিক শান্তি প্ৰদান

৫: ইমিউন চিষ্টেম বৃদ্ধি কৰে

৬: হাওঁফাওঁৰ ক্ষমতা বৃদ্ধি কৰে

৭: কৰ্কট ৰোগৰ সম্ভাৱনা কম কৰে

৮: ডায়েবেটিছ নিয়ন্ত্ৰণ

৯: টোপনিৰ ধৰণ উন্নত কৰে

১০: হাড়ৰ স্বাস্থ্য শক্তিশালী কৰে

১১: অষ্টিঅ’আৰ্থাইটিছ হ্ৰাস কৰে।

১২: ঋতুস্ৰাৱৰ বিষাদজনক লক্ষণ কমায়।

১৩: ক্ৰীড়াপ্ৰেমীৰ বাবে ভাল।

১৪: মগজুৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

১৫: হাত-চকুৰ সমন্বয় উন্নত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ