--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰাপান স্বাস্থ্যৰ বাবে হানিকাৰক। এই কথা সকলোৱে জানে। তাৰপাছতো মানুহে সুৰাপান কৰিবলৈ নেৰে। সুৰাপানৰ বাবেই মানুহে অকালতে মৃত্যুবৰণ কৰাৰ লগতে বহুতৰ ঘৰ-সংসাৰ ভাঙি ধ্বংস হৈছে। 

শেহতীয়াকৈ মঙলবাৰে বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে এক চাঞ্চল্যকৰ তথ্য। তথ্য অনুসৰি সুৰাপানত বছৰি প্ৰায় ৩০ লাখ লোকৰ মৃত্যু হয়। 

শেহতীয়া বছৰবোৰত মৃত্যুৰ হাৰ সামান্য হ্ৰাস পাইছে যদিও ই “গ্ৰহণযোগ্যভাৱে উচ্চ” হৈয়েই আছে।

ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাৰ মদ্যপান আৰু স্বাস্থ্য সম্পৰ্কীয় শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে প্ৰতি বছৰে বিশ্বজুৰি প্ৰায় ২০ জনৰ ভিতৰত এজনৰ মৃত্যুৰ কাৰণ সুৰাপান।

মদ্যপান কৰি গাড়ী চলোৱা, মদ্যপানৰ ফলত হোৱা হিংসা আৰু নিৰ্যাতন, আৰু অসংখ্য ৰোগ আৰু বিকাৰৰ জৰিয়তে মানুহ মৃত্যুমুখত পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ