--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শক্তিশালী কণ্ঠৰ জৰিয়তে অনুৰাগীৰ মাজত অতি জনপ্ৰিয় ৰেপাৰ বাদশ্বাহ। তেওঁৰ গানবোৰত মানুহে নাচি ভাল পায়। বাদশ্বাহ নিজৰ কৰ্মৰ লগতে ব্যক্তিগত জীৱনক লৈও চৰ্চাত থাকে। পত্নীৰ সৈতে পৃথক হোৱাৰ পাছত ছিংগলৰ টেগ লাগিছিল বাদশ্বাহৰ। পাছে এতিয়া আৰু তেওঁ ছিংগল হৈ থকা নাই। এগৰাকী সুন্দৰী পঞ্জাবী অভিনেত্ৰীৰ লগত ডেটিং কৰি আছে বাদশ্বাহে। বাদশ্বাহৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছে পঞ্জাৱৰ সুন্দৰী অভিনেত্ৰী ঈশা ৰিখীৰ সৈতে।
Badshah Is Dating Punjabi Actress Isha Rikhi, Has Told Family About His  Relationship: Report
বন্ধুৰ এক পাৰ্টিৰ সময়ত দুয়ো চিনাকি হৈছিল। তাৰপাছত তেওঁলোকৰ মাজত বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠে। চিনেমা আৰু গানক লৈ দুয়োৰে মাজত একে ৰুচী থকা বাবে সোনকালেই দুয়োৰে মাজত খুব সোনকালে গঢ় লৈ উঠে বন্ধুত্ব । আৰু লাহে লাহে এই সম্পৰ্কই প্ৰেমৰ ৰূপ লয়।  জানিব পৰা মতে ইজনে সিজনৰ লগত প্ৰায় এবছৰ ধৰি ডেটিং কৰি আছে।

বাদশ্বাহে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে বেছিকৈ ক’বলৈ ভাল নাপায়। তাৰমাজতে জানিব পৰা গৈছে যে দুয়োজনে পৰিয়ালৰ লোকক এই বিষয়ে জনাইছে। এই সম্পৰ্কক লৈ বাদশ্বাহ আৰু ঈশা অতি সুখী। উল্লেখ্য যে ২০১২ চনত জেচমিনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বাদশ্বাহ। ২০১৭ চনত তেওঁলোকৰ কন্যা জেছেমি গ্ৰেচ মাছিহ সিঙৰ জন্ম হয়। প্ৰায় দুবছৰ পূৰ্বে লকডাউনৰ সময়ত বাদশ্বাহ-জেচমিনৰ সম্পৰ্কত বিভাজনৰ খবৰ আহিছিল। ক'ভিড কালৰ পাছত জেচমিন নিজৰ কন্যাৰ সৈতে লণ্ডনলৈ স্থানান্তৰিত হয়। বাদশ্বাহৰ পত্নী জেচমিন এতিয়া সুকীয়াকৈ থাকে।
Badshah Relationship News: Rapper Badshah dating Punjabi actress Isha Rikhi:  Report এতিয়া বাদশ্বাহ আৰু ঈশাৰ বিয়াখনলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে তেওঁলোকৰ অনুৰাগীসকলে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ