--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ১০ মাৰ্চত মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। মণিপুৰ বিধানসভা নিৰ্বাচন ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। মণিপুৰৰ ৬০ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। EVM ত বন্দী হৈছিল ৯২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। bfc2 মণিপুৰৰ নিৰ্বাচনত বিজেপি, কংগ্ৰেছ আৰু এনপিপিৰ মাজত তিনিকোণীয়া যুঁজ দেখা গৈছিল। কেইবাটাও এক্সিট প’লে ভৱিষ্যতবাণী কৰিছে যে বিজেপিয়ে মণিপুৰৰ একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিব। উল্লেখ্য যে মণিপুৰসহ পাঁচ ৰাজ্যত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ৰাতিপুৱা আঠ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে। আৰম্ভণিতে বেলট পেপাৰৰ গণনা আৰম্ভ কৰিছে আৰু ইয়াৰ গণনা সম্পূৰ্ণ হোৱাৰ পিছত ইভিএমৰ ভোট গণনা কৰা হ’ব। ইতিমধ্যে পাঁচোখন ৰাজ্যত ভোটগণনাক লৈ সুৰক্ষা কটকটীয়া কৰি তোলা হৈছে। মণিপুৰৰ লগতে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু পঞ্জাৱতো ৰাতিপুৱা আঠ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে। আৰু পঢ়কঃ বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলে যদি লাগি থাকে তেন্তে সাৱধান হওঁক! হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন