--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুৱা টোপনি পৰা সাৰ পোৱাৰ পাছত ঘণ্টাৰ পাছত ঘণ্টা বিছনাত পৰি থকাৰ অভ্যাস বহুতৰে আছে? বহুতে সাৰ পোৱাৰ পাছত বহু সময় বিছনাত পৰি মোবাইল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে আৰু বহু সময়লৈ এলাহ ভাব মনলৈ আহিবলৈ ধৰে। এই বদ অভ্যাসৰ পৰা মুক্তি পাবলৈ আপুনি কিছুমান ঘৰুৱা টিপছ মানি চলিব পাৰে। এই টিপছৰ সহায়ত আপুনিও দিনটোৰ বাবে নিজকে সতেজ কৰি তুলিব পাৰে, জানি লওক কেনেকৈ?

 ১. শৰীৰত মালিচ কৰা-

আয়ুৰ্বেদক এক অতি প্ৰাচীন চিকিৎসা পদ্ধতি বোলা হয়। এই মালিচ পদ্ধিতৰ সহায়ত আপুনি নিজৰ অভ্যাসবোৰ উন্নত কৰিব পাৰে। ইয়াৰ বাবে পুৱা সাৰ পোৱাৰ পাছত প্ৰায় ২০ৰ পৰা ২৫ মিনিট সময় গোটেই শৰীৰটো মালিচ কৰিব লাগে। ইয়াৰ ফলত আপুনি বৰ আৰাম অনুভৱ কৰাৰ সমান্তৰালভাৱে দেহত ৰক্ত সঞ্চালনো ভাল হয়।

২. সূৰ্য্য উদয়ৰ আগতেই সাৰ পাব-

যদি পুৱা সাৰ পোৱাটো আপোনাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান যেন লাগে, তেন্তে আপোনাৰ ৰুটিনত কিছু পৰিৱৰ্তন কৰক। বিশেষকৈ সূৰ্য্য উদয়ৰ পাছত কেতিয়াও শুই নাথাকিব, বৰঞ্চ সূৰ্য্য উদয়ৰ আগতে বিছাৰ পৰা উঠিবলৈ চেষ্টা কৰক। পুৱা সাৰ পাই যোগ-প্ৰাণায়াম আৰুক মেডিটেছন কৰিলে সুফল লাভ কৰিব।

৩. খাদ্যাভ্যাস উন্নত কৰা-

উপযুক্ত খাদ্যাভ্যাসৰ অভাৱে আপোনাৰ শৰীৰটো মন্থৰ কৰি তোলে।যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে সেউজীয়া শাক-পাচলি আৰু ফলমূল অন্তৰ্ভুক্ত কৰক। গৰম আৰু খিজোৱা খাদ্য খাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ