--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্না হাজাৰেই আকৌ এবাৰ ৰালেগান সিদ্ধিৰ পৰা আন্দোলন কৰিবলৈ সাজু হৈছে। আন্নাৰ এই আন্দোলনত  সমগ্ৰ দেশৰ সৈনিকসকল অন্তৰ্ভুক্ত থাকিব বুলি জানিব পৰা গৈছে। আন্না হাজাৰেৰ আন্দোলনত সমগ্ৰ  দেশৰ প্ৰাক্তন  সৈনিকসকলে কিয় ভাগ ল’ব বাৰু ? 

 প্ৰাপ্ত খবৰ অনুসৰি ১৯ নৱেম্বৰত ৰালেগান সিদ্ধিত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ প্ৰাক্তন  সৈন্যই  কৃষকসকলক নিশ্চিত মূল্য প্ৰদান কৰা, দেশৰ সৈনিকসকলৰ ভৱিষ্যত সুৰক্ষিত কৰা , সৈনিকসকলৰ সন্তানৰ বাবে  বিনামূলীয়া শিক্ষাৰ দিহা কৰা আদি দাবীসমূহকলৈ আন্দোলনত নামিব।  ।


উল্লেখ্য আন্না হাজাৰে এগৰাকী সমাজকৰ্মী।  যিয়ে সফলতাৰে বহু সামাজিক সংস্কাৰৰ নেতৃত্ব দিছে। তেওঁৰ আটাইতকৈ বিখ্যাত কাম হৈছে জন লোকপাল বিধেয়ক প্ৰৱৰ্তন কৰা, যিয়ে ভাৰতত দুৰ্নীতি সম্পৰ্কীয় গোচৰৰ তদন্তৰ বাবে লোকপাল গঠনৰ বাবে দুৰ্নীতি বিৰোধী আইনৰ প্ৰস্তাৱ দিছিল।

ৰালেগান সিদ্ধি পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ  আহমেদনগৰ জিলাৰ পাৰনাৰ তালুকাৰ এখন গাওঁ। ই পুনেৰ পৰা ৮৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত। গাওঁখনে  সৌৰ শক্তি, জৈৱ গেছ  আদিৰ ব্যৱহাৰৰ ক্ষেত্ৰত উল্লেখনীয় নিদৰ্শন দাঙি ধৰিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক