--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আফগান ভূমিত নহয় এইবাৰ নিউজিলেণ্ডত আইএছৰ দপদপনি। নিউজিলেণ্ডত পুনৰ সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আক্ৰমণকাৰীৰ আক্ৰমণত ৰক্তাক্ত হৈ পৰিছে অকলেণ্ড। অকলেণ্ডৰ ছুপাৰমাৰ্কেটত ৬জন লোকক ছুৰিকাঘাত কৰে দুৰ্বৃত্তই। ছুৰিকাঘাত কৰা ৬জনৰ ভিতৰত ৩জনৰ অৱস্থা বৰ্তমান সংকটজনক। সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আঘাতপ্ৰাপ্ত কেইজনক।

অৱশ্যে, ঘটনা সংঘটিত হোৱাৰ পাছত আৰক্ষীৰ গুলীত আক্ৰমণকাৰীজন নিহত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে আক্ৰমণকাৰীজনৰ মৃত্যুনিশ্চিত কৰিছে। এক সংবাদমেলযোগে তেওঁ কয়, ‘আক্ৰমণকাৰীজনে নিউজিলেণ্ডৰ নিৰীহ লোকসকলৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাইছিল।’ কুখ্যাত অপৰাধীজন শ্ৰীলংকাৰ নাগৰিক বুলি জানিব পৰা গৈছে। বিগত ১০ বছৰ ধৰি নিউজিলেণ্ডত বাস কৰি আছিল অপৰাধীজনে। ভয়াৱহ আক্ৰমণৰ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মৰ্মান্তিক ঘটনাটোক কেন্দ্ৰ কৰি সৰ্বত্ৰে সমালোচনাৰ জোৱাৰ উঠিছে যদিও আইএছ-এ এতিয়ালৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ