--°C
Loading...
Listen to Article
2 min read
80%


ট’কিঅ’: এথলীট প্ৰবীণ কুমাৰে ট’কিঅ' পেৰালিম্পিকত হাইজাম্পত ৰূপৰ পদক লাভ কৰে। ১৮ বছৰীয়া প্ৰবীণে ২.০৭ মিটাৰ জঁপিয়াই দ্বিতীয় স্থান লাভ কৰে। ট’কিঅ' পেৰালিম্পিকত এইটো ভাৰতৰ ১১সংখ্যক পদক।

গ্ৰেট ব্ৰিটেইনৰ ব্ৰুম-এডৱাৰ্ডছ জনাথনে ২.১০ মিটাৰ সোণৰ পদক অৰ্জন কৰাৰ লগতে পোলেণ্ডৰ লেপিয়াটো মাচিজোৱে ২.০৪ মিটাৰ এই প্ৰতিযোগিতাৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে এতিয়ালৈকে ট’কিঅ' পেৰালিম্পিকত ২টা স্বৰ্ণ, ৬টা ৰূপ আৰু ৩টা ব্ৰঞ্জৰ পদক জিকিছে।

ভাৰতে হাইজাম্পত ৪টা পদক জিকিছে। পেৰালিম্পিক ইতিহাসত এইটো ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ পূৰ্বে, ভাৰতে ২০১৬ চনত ৰিঅ' পেৰালিম্পিকত ২টা স্বৰ্ণসহ ৪টা পদক জিকিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ