--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হঠাত্‍ দেশত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ। ফলত বিভিন্ন স্তৰত সাৱধানতা অৱলম্বন কৰাৰ দৰে কথাবোৰো চিন্তা চৰ্চা কৰিছে সংশ্লিষ্ট মহলে। চৰকাৰী পৰ্যায়তো ক’ভিডৰ এনে প্ৰাদূৰ্ভাৱক লৈ উদ্বিগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে।

 

ক’ভিডসৃষ্ট এনে পৰিৱেশৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এখন পত্ৰযোগে ৰাজ্যসমূহক সতৰ্ক কৰি দিয়ে। ৯ জুনত কেন্দ্ৰ ক’ভিড সতৰ্কতামূলক বিবৃতি এখন প্ৰকাশ কৰিছিল। সেইখন আছিল অপাৰেশ্যনেল গাইডলাইন ফ’ৰ ৰিভাইছ ছাৰ্ভিলেন্স ষ্ট্ৰেটিজী অৱ ক’ভিড-১৯’। ইয়াৰ জৰিয়তে আকৌ এবাৰ ৰাজ্যসমূহক ক’ভিড সতৰ্কবাণীৰ কথা সোঁৱৰাই দিয়া হৈছে।

 

স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে,ভিডৰ বিৰুদ্ধে যুঁজিবলৈ ৯ জুনত জাৰি কৰা কৌশল ইণ্টিগ্ৰেটেড ডিজিজ চাৰ্ভিলেন্স প্ৰগ্ৰেম মেকানিজমৰ সৈতে অব্যাহত থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ