--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ আহিব নেকি মৃত্যুৰ বিভীষিকা? বিশ্বব্যাপী মহামাৰী ক’ভিডে সমগ্ৰ বিশ্বতে পুনৰ বিপৰ্যয় মতাৰ আশংকা গাঢ় হৈ উঠিছে। বিশেষকৈ ইউৰোপীয় দেশসমূহত ক’ভিডৰ দ্ৰুত সংক্ৰমণে এই আশংকা কঢ়িয়াই আনিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ শংকা অনুসৰি আগন্তুক তিনি-চাৰি মাহৰ ভিতৰত ইউৰোপত ক’ভিডে প্ৰাণ কাঢ়িব পাৰে প্ৰায় সাত লাখ লোকৰ৷

২০২২ চনৰ মাৰ্চ মাহত ভিতৰত যদিহে ইউৰোপীয় দেশসমূহে ক’ভিডৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন নকৰে, তেন্তে ক’ভিডত মৃতকৰ সংখ্যাই ২০লাখ অতিক্ৰম কৰাৰ আশংকা ব্যক্ত কৰিছে৷

সেয়েহে অতি সোনকালে প্ৰবীণ আৰু অসুস্থ নাগৰিকক বুষ্টাৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ ইতিমধ্যে পুনৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জাৰ্মানী, ডেনমাৰ্ক ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিলে আমেৰিকাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ