--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই পুৰুষ আৰু নাৰীৰ বিষয়ে বহু কথাই কৈছে।তেওঁ পুৰুষ আৰু নাৰীৰ আহাৰ-বিহাৰকলৈ শ্লোকৰ জড়িয়তে বহু কথাই ব্যক্ত কৰি গৈছে।   চাণক্যই নাৰীৰ আহাৰৰ বিষয়ে এই শ্লোকত উল্লেখ কৰি গৈছে। দৰাচলতে বাৎসায়নৰ কামসূত্ৰৰ ৰচক আছিল চাণক্য। চাণক্যই বাৎসায়ন ছদ্ম নামেৰে কামসূত্ৰ ৰচনা কৰিছিল। 

সেইবাবেই নাৰীৰ চৰিত্ৰ ভালদৰেই বুজি পাইছিল চাণক্যই। চাণক্যৰ মতে নাৰীৰ আহাৰ পুৰুষৰ আহাৰৰ দুগুণ, বুদ্ধি পুৰুষৰ তুলনাত চাৰিগুণ, সাহস ছয়গুণ আৰু কামনা-বাসনা আঠ গুণ হয়।চাণক্যৰ মতে পুৰুষৰ তুলনাত নাৰীয়ে দুগুণ আহাৰ গ্ৰহণ কৰে। 

পুৰুষে আহাৰ গ্ৰহণৰ ক্ষেত্ৰত খৰখেদা কৰে, ফলত আহাৰৰ প্ৰকৃত সোৱাদ লাভ কৰিব নোৱাৰে। নাৰীয়ে লাহে লাহে প্ৰতিটো বস্তুৰ সোৱাদ লৈ আহাৰ গ্ৰহণ কৰে। সেইবাবে পুৰুষৰ তুলনাত নাৰীৰ আহাৰ গ্রহণ দুগুণৰ সমপৰ্যায়ৰ হয়। 

একেদৰে বুদ্ধিত পুৰুষৰ তুলনাত নাৰী চাৰিগুণ বেছি উন্নত। পুৰুষে যিকোনো কথাৰ সিদ্ধান্ত হঠাতে লৈ পেলায় যদিও নাৰীয়ে বহু ভাবি-চিন্তিহে কোনো এটা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে। পুৰুষতকৈ নাৰীৰ কামনা আঠগুণ বেছি বুলি চাণক্যই কৈ গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ