--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলিম মহিলাসকলে বিউটি পাৰ্লাৰলৈ যাব নালাগে। বিশেষকৈ য'ত পুৰুষ কৰ্মীয়ে  কাম কৰে। এয়া  একেবাৰে উচিৎ কথা নহয়। উত্তৰ প্ৰদেশৰ এজন ধৰ্মগুৰুয়ে পৰামৰ্শই প্ৰদান কৰিলে।  মুফতি আছাদ কাছমী নামৰ এজন ইছলামিক  ধৰ্মগুৰুয়ে কয় যে মুছলমান মহিলাসকলে  মহিলাই  কাম কৰা বিউটি পাৰ্লাৰলৈ যোৱাত কোনো  বাধা নাই। 

তেওঁ কেৱল পুৰুষ কৰ্মচাৰীসকলে কাম কৰা বিউটি পাৰ্লাৰলৈ যোৱাৰ বিষয়তহে আপত্তি  কৰে। তেওঁৰ এনে পৰামৰ্শই স্বাভাৱিকতে বিতৰ্কৰ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ কানপুৰত শেহতীয়াকৈ সংঘটিত এক ঘটনাৰ পিছতে মৌলৱীগৰাকীয়ে এনেদৰে মন্তব্য কৰে।

এজন লোকে বিউটি পাৰ্লাৰলৈ যোৱা  তেওঁৰ পত্নীক ভিডিঅ' কলত দেখাৰ পিছতে পত্নীক  বিবাহ বিচ্ছেদ দিছিল । লোকজনে  চৌদি আৰৱত কাম কৰি আছিল। পত্নীক দেখি চেলিম নামৰ লোকজনে কৈছিল, " মোৰ সকলো আপত্তি স্বত্বেও তুমি  বিউটি পাৰ্লাৰলৈ গ’লা?

 আজিৰে পৰা মই তোমাক  এই বিবাহৰ পৰা মুক্ত কৰিলো’’। ইয়াৰ পিছত, চেলিমে একেৰাহে তিনিবাৰ তালাক ঘোষণা কৰে আৰু ফোনটো কাটি দিয়ে। বাৰে বাৰে ফোন কৰা স্বত্বেও তেওঁ উত্তৰ দিয়া নাছিল। এনে ঘটনাৰ পিছতে  উত্তৰ প্ৰদেশৰ  ধৰ্মগুৰু জনে  বিউটি পাৰ্লাৰৰ বিষয়ে এনে ধৰণৰ পৰামৰ্শ দিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক