--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যদি ভাৰত-চীনসহ দেশসমূহে মস্কোৰ সৈতে বাণিজ্যিক সম্পর্ক ছেদ নকৰে, তেনেহ'লে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই দেশসমূহৰ বিৰুদ্ধে আৰোপ কৰা শুল্ক বৃদ্ধি কৰিব।

ডিজিটেল ডেস্ক : ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব বুলি পুনৰ আমেৰিকাই সকীয়াই দিছে। মঙলবাৰে মার্কিন সাংসদ লিণ্ডছ গ্রাহামে ভাৰত আৰু চীনক সতৰ্ক কৰি কয় যে যদি ভাৰত-চীনসহ দেশসমূহে মস্কোৰ সৈতে বাণিজ্যিক সম্পর্ক ছেদ নকৰে, তেনেহ'লে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই দেশসমূহৰ বিৰুদ্ধে আৰোপ কৰা শুল্ক বৃদ্ধি কৰিব।


সাংসদ লিণ্ডছে কয় যে ইউক্রেইনৰ সৈতে ৰাছিয়াই যুদ্ধ চলাই থকাৰ মাজতে যদি দেশসমূহে ৰাছিয়াৰ তেল ক্ৰয় কৰা বন্ধ নকৰে, তেনেহ'লে দেশসমূহে অধিক শুল্ক ভৰিবলৈ সাজু থাকক। ৰিপাব্লিকান সাংসদজনে কয় যে ট্রাম্প প্রশাসনে তেল সম্বন্ধীয় আমদানিত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ পৰিকল্পনা কৰি আছে।


ৰুছ ৰাষ্ট্ৰপতি পুটিনে ইউক্রেইনৰ বিৰুদ্ধে আগ্রাসন চলাই থকাৰ বিৰোধিতা কৰি আমেৰিকাই এই পৰিকল্পনা কৰিছে বুলি মার্কিন সাংসদজনে কয়।


ৰাছিয়াৰ তেল ক্ৰয় কৰি ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ চলাই নিবলৈ পুটিনক সহায় কৰাৰ বাবে চীন, ভাৰত আৰু ব্রাজিলৰ বিৰুদ্ধে ১০০ শতাংশ শুল্ক আৰোপৰ বিবেচনা ৰাষ্ট্ৰপতি ট্রাম্পে কৰি আছে বুলি মার্কিন সাংসদ লিণ্ডছে কয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ