--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নৰৱে’ৰ প্ৰখ্যাত লেখক-নাট্যকাৰ জন ফছেলৈ আগবঢ়োৱা হৈছে এইবৰ্ষৰ সাহিত্যৰ নোবেল বঁটা৷ ফছেক তেওঁৰ অভিনৱ নাটক আৰু গদ্যৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছে নোবেল কমিটীয়ে সদৰী কৰিছে৷ 

নৰৱে’ৰ নাইনৰ্স্ক ভাষাক নাটক, উপন্যাস, কবিতা সংকলন, প্ৰবন্ধ, শিশু  আৰু অনুবাদেৰে সমৃদ্ধ কৰিছে ফছেই। যদিও তেওঁ আজি পৃথিৱীৰ সৰ্বাধিক প্ৰদৰ্শিত আৰু চৰ্চিত নাট্যকাৰসকলৰ মাজৰ এজন, তথাপি তেওঁ তেওঁৰ গদ্যৰ বাবে ক্ৰমান্বয়ে স্বীকৃত হৈ পৰিছে।

উল্লেখযোগ্য যে, ২০২২ৰ সাহিত্যৰ নোবেল বঁটা এনি এৰ্নাউক্সক প্ৰদান কৰা হৈছিল৷

১৯৫৯ত নৰৱে’ৰ পশ্চিম উপকূলত জন্মগ্ৰহণ কৰা ফছেৰ সাহিত্যকৰ্ম নাটক, উপন্যাস, কবিতা সংকলন, প্ৰবন্ধ, শিশু গ্ৰন্থ আৰু অনুবাদেৰে সমৃদ্ধ। তেওঁৰ প্ৰথম উপন্যাস ‘Raudt, svart’ ১৯৮৩ত প্ৰকাশ পাইছিল আৰু তেতিয়াৰ পৰা তেওঁৰ সৃষ্টি বিশ্বজুৰি ৪০টাতকৈও অধিক ভাষাত অনূদিত হৈছে।
ফছেৰ প্ৰথম নাটক ‘Og aldri skal vi skiljast’ ১৯৯৪ চনত পৰিৱেশিত আৰু প্ৰকাশিত হৈছিল।

সাহিত্যৰ নোবেল বঁটা ঘোষণাৰ পাছত ৬ আৰু ৯ অক্টোবৰত ঘোষণা কৰা হ’ব শান্তি আৰু অৰ্থনীতিৰ নোবেল বঁটা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি