--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী এল কে আদৱানীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁক দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁৰ বয়সৰ লগত জড়িত সমস্যা আছে। ৯৬ বছৰীয়া আদৱানী বৰ্তমান দিল্লী ইনষ্টিটিউট অৱ মেডিচিনৰ জেৰিয়াট্ৰিক ৱাৰ্ডত ৰখা হৈছে। চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিছে। চিকিৎসালয়ত ভৰ্তি হোৱাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

২০২৪ চনৰ আৰম্ভণিতে ভাৰত চৰকাৰে ভাৰতৰত্ন বঁটা প্ৰদান কৰে। শাৰীৰিকভাৱে দুৰ্বল হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আদৱানীৰ ঘৰলৈ গৈ ভাৰতৰত্ন আদৱানীৰ হাতত তুলি দিছিল।

১৯২৭ চনৰ ৮ নৱেম্বৰত পাকিস্তানৰ কৰাচীত এল কে আদৱানীৰ জন্ম হৈছিল। ১৯৮০ চনৰ পৰা তেওঁ বিজেপিৰ সভাপতি। প্ৰায় তিনিটা দশকজুৰি চলি থকা ৰাজনৈতিক জীৱনত তেওঁ বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৯৯ চনৰ পৰা ২০০৪ চনৰ ভিতৰত অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰী কাৰ্যকালত আদৱানী দেশৰ গৃহমন্ত্ৰী আৰু উপ-প্ৰধানমন্ত্ৰীও আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ