--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হুবহু দীপিকাৰ দৰেই দেখিবলৈ তেওঁ, কিন্তু দীপিকা নহয়। হয়, এখন ছবিয়ে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত। পিছে, হঠাত্‍ এইদৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা মহিলাগৰাকী বাৰু কোন? নেট জগতত ইয়াক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বলীউডৰ পৰা হলীউডলৈ দীপিকা পাডুকনৰূপী মহিলাগৰাকীক লৈ লাগিছে হৈ-চৈ। সাইলাখ দীপিকাৰ দেৰ দেখাত মহিলাগৰাকীক নেটিজেনে নহয় বুলি প্ৰমাণ কৰে কেনেকৈ! স্বাভাৱিকতে বিপাঙত পৰিছে নেটিজেন।

আচলতে, দীপিকাৰ দৰে সাইলাখ একে ভদ্ৰ মহিলাগৰাকী হৈছে ঋজুটা ঘোষ দেৱ। এইগৰাকী প্ৰবাসী বঙালী মহিলাই প্ৰায়ে ইনষ্টাগ্ৰামত নিজৰ ছবি পোষ্ট কৰে। মিউনিখত বাস কৰা ঋজুটা পেছাত এগৰাকী ভিডিঅ’ কণ্টেণ্ট ক্ৰিয়েটৰ। ঋজুটাই পোষ্ট কৰা ছবিখনৰ কমেণ্ট বক্সত নেটিজেনে  লিখিছে, 'তুমি দেখিবলৈ সাইলাখ  দীপিকা।' কোনোবাই আকৌ লিখিলে, 'দীপিকা ২.০'। কোনোবাই সুধিলে, ‘তুমি দীপিকাৰ যমজ সন্তান নেকি’?

মুঠতে সীমাহীন কৌতুহল ভাৰ কমেণ্টেৰে ভৰি পৰিছে ঋজুটাৰ একাউণ্ট। ইফালে, অভিনেত্ৰী দীপিকা পাডুকোন বৰ্তমান ব্যস্ত আমেৰিকাত। পতিৰ সৈতে মধুৰ সময় কটাইছে দীপিকাই। তেওঁলোকে কটোৱা অন্তৰংগ মুহূৰ্তৰ বহু ছবি ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ