--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪ নবেম্বৰৰ পৰা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত চলি থকা সদৌ ভাৰত স্কুল দবা প্ৰতিযোগিতাৰ শীৰ্ষত আছে  পশ্চিম বংগৰ বাণী মন্দিৰ ৰে’লৱে হাইস্কুল ।  শিক্ষানুষ্ঠন খনক প্ৰতিনিধিত্ব কৰা দবাৰু ছামায়াক ধাৰুৱাই এতিয়ালৈ ৭খন খেল খেলি ৭ পইণ্ট সংগ্ৰহেৰে  তালিকাৰ  শীৰ্ষত আছে । 


গুৱাহাটীৰ সুদৰ্শন পাব্লিক বিদ্যালয় দ্বিতীয় ,  মাৰিয়াছ পাব্লিক স্কুল ক্ৰমে  তৃতীয় আৰু চতুৰ্থ স্থানত থকাৰ লগতে  পঞ্চম স্থানত আছে মহৰ্ষি বিদ্যা মন্দিৰ। সুদৰ্শনৰ মৃন্ময় ৰাজখোৱা , মাৰিয়াছৰ তন্ময় ৰাজবংশী , মহৰ্ষিৰ কৌশিন দাস , মাৰিয়াছৰ নিহাদ ইছলাম বৰাই ৬ পইণ্ট কৈ লাভ কৰি এতিয়ালৈ  তালিকাৰ শীৰ্ষ ৫ নম্বৰৰ  ভিতৰত অৱস্হান কৰিবলৈ সক্ষম হৈছে । 


উল্লেখ্য যে সদৌ অসম দবা সন্থাৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ এছ এল এ ছি ৰ সহযোগত আয়োজিত সদৌ ভাৰত দবা প্ৰতিযগিতা খনত ৰাজস্থান, পশ্চিমবংগ , ত্ৰিপুৰা , ছিক্কিম , মেঘালয় , অৰুণাচল , বিহাৰ আৰু অসমৰ ২২৪ জন দবাৰুৱে অংশগ্ৰহণ কৰিছে । ছুইছ লীগ পদ্ধতিত মুঠ ৯ ৰাউণ্ডৰ উক্ত স্কুল দবা প্ৰতিযোগিতা খনৰ কাইলৈ অৰ্থাৎ ১৮ নবেম্বৰৰ আবেলি সামৰণি পৰিব ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement