--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কলেষ্টেৰল এনেকুৱা এক চৰ্বি যি বেছিকৈ বৃদ্ধি হ’লে শৰীৰত বহুতো সমস্যাৰ সৃষ্টি কৰিব পাৰে। শৰীৰত কলেষ্টেৰল বৃদ্ধি হ’লে হাৰ্টএটেক, ষ্ট্ৰোক, টাইপ-২ ডায়েবেটিছ আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। কলেষ্টেৰলে হাৰ্টএটেকৰ সম্ভাৱনা বৃদ্ধি কৰে। সেইবাবেই কোৱা হয় যে বেয়া কলেষ্টেৰল বৃদ্ধিয়ে বিপদৰ আশংকা বঢ়াব পাৰে। কিন্তু সঠিক খাদ্য আৰু কিছু ঘৰুৱা উপায়েৰে ইয়াক বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি। আমি এনে কিছু ফলপ্ৰসূ উপায়ৰ বিষয়ে আলোচনা কৰিম যিয়ে শৰীৰত বৃদ্ধি পোৱা বেয়া কলেষ্টেৰল তৎক্ষণাত হ্ৰাস কৰিব পাৰে। কোনবোৰ খাদ্যই কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰে জানো আহক।

 কলেষ্টেৰল হ্ৰাস কৰিবলৈ ঘৰুৱা উপায়-

১. নহৰু-যদি আপোনাৰ শৰীৰত কলেষ্টেৰল বেছি হয় তেন্তে পুৱা খালী পেটত বা ৰাতি শুবৰ আগতে কেঁচা নহৰু খাব লাগে। নহৰুত এলিচিন নামৰ এবিধ উপাদান থাকে যিয়ে বেয়া কলেষ্টেৰল হ্ৰাস কৰাৰ লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

 ২. GreenTea ঃ-Green Teaৰ পৰা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী উপাদানসমূহ পোৱা যায়। দৈনিক গ্ৰীণ টি সেৱনে মেটাবলিজম ত্বৰান্বিত কৰে আৰু কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। গ্ৰীণ টিয়েও ওজন নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

 ৩. ফ্লেক্সচিডঃ-চিতি বীজত লিনোলেনিক এচিড থাকে, যিয়ে বেয়া কলেষ্টেৰল প্ৰত্যক্ষভাৱে ধ্বংস কৰে। তিচিৰ বীজ খালে শৰীৰে বহুতো শক্তিশালী উপাদান লাভ কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে। এই সকলোবোৰ উপাদানে কলেষ্টেৰল হ্ৰা কৰে।

 ৪. আমলখিঃ- আমলাক ছুপাৰফুড বোলা হয়। আমলাই কলেষ্টেৰল কমোৱাতো সহায় কৰে। দৈনিক আমলা পাউদাৰ খাব লাগে। ই এনিমো এচিড আৰু এন্টি-অক্সিডেন্ট যোগান ধৰে, যিয়ে বেয়া কলেষ্টেৰল নিৰ্মূল কৰে। আমলাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে।

 ৫. হালধি গাখীৰঃ-যিসকলৰ কলেষ্টেৰলৰ মাত্ৰা অধিক হৈ থাকে, তেওঁলোকে নিতৌ হালধি গাখীৰ খাব লাগে। হালধিত এনে উপাদান থাকে যিয়ে বেয়া কলেষ্টেৰল হ্ৰাস কৰে। হালধিৰ গাখীৰেও ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। দৈনিক হালধি গাখীৰে স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ