--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : 'শিক্ষাৰ্থীসকলক বিপথে পৰিচালিত কৰাৰ বাবে ছ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ হৈছিল'- এক বিজ্ঞপ্তিযোগে স্পষ্টীকৰণ দিয়ে চিবিএছয়ে৷ শেহতীয়াকৈ চিবিএছই দশম শ্ৰেণীৰ টাৰ্ম-২ ব'ৰ্ড পৰীক্ষাৰ পাঠ্যক্ৰম, পৰীক্ষাৰ তাৰিখ আৰু ফলাফল সম্পৰ্কীয় ভুৱা তথ্য প্ৰকাশ পাইছিল ছচিয়েল মিডিয়াত৷ এই ভুৱা তথ্য প্ৰকাশ পোৱাৰ পাছত শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হৈছিল অনাকাংক্ষিত পৰিস্থিতিৰ৷

অৱশেষত, চিবিএছইয়ে মঙলবাৰে এক বিজ্ঞপ্তি জাৰি কৰি এনে সকলো তথ্য কেৱল শিক্ষাৰ্থীসকলক বিপথে পৰিচালিত কৰাৰ বাবেপ্ৰচাৰ কৰা হৈছে বুলি উল্লেখ কৰে। স্পষ্টীকৰণ দি চিবিএছইয়ে কয় যে, 'চিবিএছই টাৰ্ম -২ ব'ৰ্ড পৰীক্ষা ২০২২ ৰ তাৰিখ এতিয়াও মুকলি কৰা হোৱা নাই আৰু সোনকালেই মুকলি কৰা হ'ব।'

বিজ্ঞপ্তিত, চি.বি.এছ.ই.-য়ে সকলোকে বিভ্ৰান্তিকৰ বাতৰিৰ বিষয়ে সতৰ্ক কৰি দিছিল, আৰু শিক্ষাৰ্থীসকলক কেৱল অফিচিয়েল ৱেবছাইটৰ পৰামৰ্শ ল'বলৈ আহ্বান কৰিছিল৷ বিজ্ঞপ্তি উল্লেখ কৰিছিল যে, দশম শ্ৰেণীৰ বাবে চিবিএছই টাৰ্ম-২ ব'ৰ্ড পৰীক্ষা ২০২২ মাৰ্চ/এপ্ৰিল, 2022-ত অনুষ্ঠিত হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি