--°C
Loading...
Listen to Article
2 min read
80%

বৰপেটা : কৰ’না কাল আৰু লক্ডাউনৰ সময়ত বহু লোক অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰিছিল। কিন্তু তেনে এক সংকটকালতে অসমৰ বৰপেটা জিলাই দেশৰ অৰ্থনৈতিক মানচিত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ষ্টক মাৰ্কেটত বিনিয়োগ কাৰী দেশৰ শীৰ্ষৰ জিলা সমূহৰ মাজত স্থান লাভ বৰপেটাৰ।

'দ্য টাইমছ্ অৱ ইণ্ডিয়া' বাতৰি কাকতত প্ৰকাশিত "Bull run reaches Barpeta" শীৰ্ষক এই খৱৰটো মতে দেশৰ ষ্টক মাৰ্কেটত আগষ্ট মাহত নতুনকৈ বিনিয়োগ কৰা লোকৰ সংখ্যাৰে বৰপেটাই অষ্টম স্থানত আছে। যোৱা মাহটোত দেশৰ নতুন বিনিয়োগকাৰীৰ ভিতৰৰ ০.৮ শতাংশ লোকেই বৰপেটা জিলাৰ।

এসময়ত বাণিজ্যৰ সৈতে নদন-বদন হৈ থকা বৰপেটাৰ সেই ব্যৱসায়িক ধাৰা লকডাউনে যথেষ্ট ম্লান কৰি পেলাইছিল৷ নতুন প্ৰজন্মৰ গৰিষ্ঠসংখ্যকৰ মাজত ব্যৱসায়-বাণিজ্য এৰি চৰকাৰী চাকৰিমূখী এক প্ৰৱণতা দেখা গৈছিল । কিন্তু তাৰ মাজতে টাইমছ অৱ ইণ্ডিয়া বাতৰি কাকতৰ বাতৰিটোৱে অহা প্ৰজন্মই বাণিজ্যৰ ধাৰাটোক আগুৱাই নি উপাৰ্জনৰ নতুন পথ হিচাপে ষ্টক মাৰ্কেটৰ দৰে অগতানুগতিক পথ ল'বলৈ চেষ্টা কৰাৰ আশা আনিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ