--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হল নৱজ্যোত সিং সিদ্ধু। আম আদমী পাৰ্টিৰ প্ৰাৰ্থী জীৱনজ্যোত কৌৰে পৰাস্ত কৰে নৱজ্যোত সিং সিদ্ধুক। নৱজ্যোত পৰাস্ত হোৱাৰ পাছতেই ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈছে অৰ্চনা পূৰণ সিং! কিন্তু কিয়? দৰাচলতে অনুৰাগীসকলে অৰ্চনা পুৰাণ সিঙক উদ্দেশ্যি কৰা কিছুমান ধেমেলীয়া মন্তব্য টুইটাৰত ভাইৰেল হৈ আছে। অনুৰাগীসকলে কৈছে যে, সিদ্ধুৰ পৰাজয়ৰ পাছত অৰ্চনাই আসন হেৰুওৱাৰ আশংকাত ভুগিছে।সিদ্ধু পৰাস্ত হোৱাত ভয়ত কঁপিছে অৰ্চনা। অৰ্চনা পূৰণ সিং এসময়ত কপিল শৰ্মাৰ শ্বোৰ বিশেষ অতিথিৰ আসনত বহিছিল নৱজ্যোৎ সিং সিদ্ধু। দৰ্শকে তেওঁৰ ৰসিকতাত মুগ্ধও হৈছিল। তাৰমাজতে হঠাৎ কপিল শৰ্মাৰ শ্ব' এৰি ৰাজনীতিলৈ ঢাপলি মেলে সিদ্ধু। অৰ্চনা পূৰণ সিং কিছুমানে কয় যে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত কিছু বিপৰীত বক্তব্য দিয়াৰ পাছত সিদ্ধুক কপিলৰ অনুষ্ঠানৰ পৰা আঁতৰাই দিয়া হয়। তেওঁৰ সেই আসনত বহে অৰ্চনা পূৰণ সিং। অৰ্চনা পূৰণ সিং অৰ্চনাক ২০১৯ চনত 'দ্য কপিল শৰ্মা শ্ব'ত নৱজ্যোত সিং সিদ্ধুৰ সলনি আসন দিয়া হয়। সিদ্ধু পৰাজিত হোৱাৰ পাছত অৰ্চনাক লৈ বিভিন্ন মিম শ্বেয়াৰ কৰা হৈছে। অৰ্চনা পূৰণ সিং সকলোৱে কৈছে যে এইবাৰ অৰ্চনাৰ আসন গ’ল! কিয়নো সিদ্ধু এইবাৰ ঘুৰি আহিব কপিল শৰ্মাৰ শ্বো-লৈ।ইয়াৰ পূৰ্বে পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা সিদ্ধুৱে পদত্যাগ কৰাৰ সময়তো একেধৰণে অৰ্চনাকলৈ ছ'চিয়েল মিডিয়াত সৰস চৰ্চা চলিছিল। অৰ্চনা পূৰণ সিং অৰ্চনাক এই সন্দৰ্ভত সুধোতে কয় যে "মোক বহু বছৰ ধৰি এনে কৌতুকৰ দ্বাৰা আঘাত কৰা হৈছে, কিন্তু মই ইয়াক গুৰুত্ব সহকাৰে লোৱা নাই বা কেতিয়াও নলওঁ। যদি সিদ্ধুৱে অনুষ্ঠানটোলৈ ঘূৰি আহিব বিচাৰে তেন্তে আহিব পাৰে। মোৰ ওচৰত আন বহুতো কাম আছে যিবোৰ মই যোৱা কেইবামাহত প্ৰত্যাখ্যান কৰিছোঁ।" আৰু পঢ়কঃ ”চে’ক হত্যা কৰাটো মোৰ জীৱনৰ আটাইতকৈ বেয়া মুহূৰ্ত”! চে’ গুৱেভাৰাক হত্যা কৰা সেনাৰ মৃত্যু Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন