--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শিলচৰৰ ঘুংঘুৰ এলাকাত ২২ বছৰীয়া যুৱকজনে ৩-৪ বন্ধুৰ সৈতে শিলচৰ এন আই টিৰ গাতে লাগি থকা পুখুৰীত মাছ ধৰিবলৈ গৈ আৰু ঘৰলৈ উভতি নাহিল।

ডিজিটেল ডেস্কঃ  শিলচৰত সংঘটিত হৈছে এক কৰুণ ঘটনা।  মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকে সাৱটিলে মৃত্যু।


শিলচৰৰ ঘুংঘুৰ এলাকাত ২২ বছৰীয়া যুৱকজনে ৩-৪ বন্ধুৰ সৈতে শিলচৰ এন আই টিৰ গাতে লাগি থকা পুখুৰীত মাছ ধৰিবলৈ গৈ আৰু ঘৰলৈ উভতি নাহিল। মাছ ধৰি থাকোতেই পুখুৰীত ডুব যায় যুৱকজন।


এই খবৰ পোৱাৰ পাছত স্থানীয় ৰাইজে পুখুৰীৰ পৰা যুবকজনক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।চিকিৎসালয়লৈ লৈ যোৱাৰ পাছত কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।


যুৱকজনৰ অকাল মৃত্যুত পৰিয়ালকে ধৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।


মৰণোত্তৰ পৰীক্ষাৰ অন্তত যুৱকজনৰ মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ