--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ মানুহৰ বাবে বৰ্ধিত ওজন, মেদবহুলতা এক গুৰুতৰ সমস্যাত পৰিণত হৈছে। আজিৰ ব্যস্ত জীৱনত আমি নিজৰ সঠিক যত্ন ল’ব পৰা নাই, যাৰ বাবে পেট আৰু কঁকালৰ চৰ্বি দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ওজন কমাবলৈ কেৱল জিমলৈ যোৱা বা কিছুমান শাৰীৰিক কাৰ্য্যকলাপ কৰাটোৱেই যথেষ্ট নহয়, যদি আপুনি আপোনাৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ নকৰে আৰু স্বাস্থ্যসন্মত বস্তু গ্ৰহণ নকৰে তেন্তে সকলো প্ৰচেষ্টা অসাৰ হৈ যাব। ওজন কমাবলৈ কি কি খাব লাগে।

ওজন কমাব পৰা বস্তু

১/ চূপ খাব- আমি প্ৰায়ে কঠিন খাদ্য খাই ভাল পাওঁ, যাৰ বাবে ইয়াৰ হজম শক্তিও পলম হয় আৰু ওজনো বৃদ্ধি পায়, ইয়াৰ পৰিৱৰ্তে যিমান পাৰি সিমান চূপ খাব লাগে, যাৰ ফলত সামগ্ৰিকভাৱে কেলৰি গ্ৰহণ বৃদ্ধি পাব আৰু হজম শক্তিও ভাল হৈ থাকিব। এনে পৰিস্থিতিত ওজন কমাবলৈ সহজ হ’ব।

২/ মূলা- মূলা এবিধ উদ্ভিদ যি সাধাৰণতে শীতকালত খেতি কৰা হয়। এই ঋতুত মানুহৰ শৰীৰৰ কাৰ্যকলাপ কমি যায় যাৰ বাবে ওজন বৃদ্ধিৰ আশংকা থাকে, সেয়েহে আমি মূলা খাব লাগে। এইটো কম কেলৰিযুক্ত খাদ্য, যাৰ ফলত চৰ্বি বৃদ্ধি নহয়।

৩/ মিঠা আলু- মিঠা আলু মাটিত উৎপাদিত এক উৎকৃষ্ট খাদ্য, দৈনিক খালে পেট ভৰি থাকে। মিঠা আলুত থকা আঁহৰ পৰিমাণেও সহায় কৰে ওজন কমোৱাত।

৪/ ছাইট্ৰাছ ফুডছ- সাধাৰণতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন চি লাভ কৰিবলৈ নেমু, কমলা আৰু আদি খোৱা হয়, ইহঁতে ওজন কমাবলৈও গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ