--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শ্মশানলৈ গৈ থাকোতে ১৮জনকৈ লোকে হেৰুৱালে প্ৰাণ। শনিবাৰে নিশা পশ্চিমবংগৰ নাদিয়া জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১৮ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয় আৰু আন পাঁচজন গুৰুতৰভাৱে আহত হয়। উত্তৰ ২৪ পৰগণাৰ বাগদাৰ পৰা প্ৰায় ২৫জন লোকে এখন বাহনত মৃতদেহ লৈ নৱদ্বীপ শ্মশানলৈ গৈ আছিল।

মৃতদেহ কঢ়িওৱা বাহনখনে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে। ফলত কৰুণ মৃত্যুক সাবটি লয় ১৮জনকৈ লোকে। হাঞ্চখালি আৰক্ষী থানা অঞ্চলৰ ফুলবাৰীত সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা। আৰক্ষীয়ে জনোৱা অনুসৰি, ঘন কুঁৱলী আৰু বাহনখনৰ দ্ৰুত গতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ নাদিয়া জিলাতে এই কৰুণ ঘটনাই পেলাইছে গভীৰ শোকৰ ছাঁ

আৰু পঢ়কঃ দৰিদ্ৰ ৰাণী কেনেকৈ হ’ল হকী সাম্ৰাজ্যৰ ৰাণী? পঢ়ক এক সংগ্ৰামী কাহিনী


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক