--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বজাৰত শাক-পাচলি বিক্ৰী কৰা এগৰাকী বৃদ্ধা। ৬১ বছৰীয়া বৃদ্ধাগৰাকীয়ে কেৱল সেই উপাৰ্জনেৰেহে খোৱাৰ পাছতো কিছু অংশ জমা কৰি বিগত ১০ বছৰত ১১খন দেশ ভ্ৰমণ কৰে। তেওঁৰ জীৱনৰ দৰ্শনেই হৈছে কাম কৰি ধন সঞ্চয় কৰা আৰু পৃথিৱীখন ভ্ৰমণ কৰি জীৱনটো উপভোগ কৰা।

 এই ৬১ বছৰীয়া মহিলাগৰাকীৰ নাম মলি। কেৰালাৰ এৰনাকুলামত বাসিন্দা তেওঁ। দৈনিক শাক-পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল মহিলাগৰাকীয়ে। উচ্চাকাংক্ষী মহিলাগৰাকীৰ আছে জীৱন উপভোগ কৰি অভিজ্ঞতা লোৱাৰ হাৱিয়াস।

 স্থানীয় ৰাইজে পুৱা বৃদ্ধাগৰাকীক শাক-পাচলি বিক্ৰী কৰা দেখিবলৈ পায় আৰু পাছদিনা দেখে দোকান বন্ধ হৈ আছে। এতিয়া দোকানখন বন্ধ হোৱা দেখিলে ক্ৰেতাসকলৰো বুজিবলৈ বাকী নাথাকে যে মলি বাহিৰত ফুৰিবলৈ গৈছে। শাক-পাচলি বিক্ৰী কৰি যি উপাৰ্জন কৰে তাৰে খোৱা-লোৱাৰ পাছত এটা অংশ তেওঁ সাঁচি থৈছিল বিদেশ ভ্ৰমণৰ বাবে। মলিৰ লক্ষ্য হৈছে নতুন নতুন স্থান ভ্ৰমণ কৰি ন ন অভিজ্ঞতাৰ লগতে জীৱনটো উপভোগ কৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ