--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পেলেষ্টাইন-ইজৰাইলৰ যুদ্ধ অৱধাৰিত আছিল৷ অৱধাৰিত আছিল যুদ্ধৰ ধোঁৱা আৰু ছাইৰ স্তূপীকৃত ইতিহাস৷ ষোল শতিকাতে এই যুদ্ধৰ আশংকা কৰা হৈছিল! 

হয়, শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সঁচা৷ ফৰাচী দাৰ্শনিক নষ্ট্ৰাডামাছে ভৱিষ্যদ্বাণী কৰিছিল এই যুদ্ধৰ৷ পেলেষ্টাইনে যুদ্ধ ঘোষণা কৰাৰ পাছত ফৰাচী দাৰ্শনিক নষ্ট্ৰাডামাছৰ ভৱিষ্যদ্বাণী সঁচা হ’বলৈ আগবাঢ়িছে৷

৫০০ বছৰ পূৰ্বেই মিছেল ডি নষ্ট্ৰাডামে কৈছিল যে এই বছৰ যুদ্ধ সংঘটিত হ’ব৷ হিটলাৰৰ উত্থানৰ পৰা ৰাষ্ট্ৰপতি জন এফ কেনেডিৰ গুলীচালনা আৰু আনকি ২০২২ৰ জীৱন ধাৰণৰ ব্যয়ৰ সংকটলৈকে, তেওঁ যোৱা ১০০ বছৰৰ কেইবাটাও সংঘটনৰ দুখজনক ঘটনাৰ সঠিক ভৱিষ্যদ্বাণী কৰাৰ পাছত চৰ্চালৈ আহিছে যুদ্ধ সম্পৰ্কে কৰা তেওঁৰ ভৱিষ্যদ্বাণী৷ তেওঁৰ লেছ প্ৰফেটিছ নামৰ কিতাপখনত ইয়াৰ উল্লেখ আছে৷ 

পেলেষ্টাইনী সন্ত্ৰাসবাদী গোট হামাছে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ কৰাৰ পাছত দেখা গৈছে যে নষ্ট্ৰাডামাছৰ সংঘৰ্ষ আগতে ভবাতকৈ অধিক বিস্তৃত হ’ব পাৰে।

নষ্ট্ৰাডামাছে যোৱাবছৰ এটা গ্ৰহাণুৰ আক্ৰমণৰ ভৱিষ্যদ্বাণী কৰিছিল৷ আৰু কৈছিল যে কৃত্ৰিম বুদ্ধিমত্তাৰ ৰবটবোৰে ২০২২ৰ শেষৰফালে পৃথিৱী দখল কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি