--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি বিৰাটে ১০৬ নং বলত শতক সম্পূৰ্ণ কৰে। অধিনায়ক ৰোহিত শৰ্মাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ৰোহিত উভতি অহাৰ লগে লগে বিৰাটে বেটখন লৈ খেলপথাৰত প্ৰৱেশ কৰিলে। তেতিয়া ক্ৰীজৰ সিটো পাৰে শুবমান গিল আছিল। ৭৯ ৰান সংগ্ৰহ কৰি গীলে আঘাতৰ বাবে ঘূৰি আহিবলগীয়া হৈছিল। কোহলীক লগ দিবলৈ তেতিয়া আহিছিল শ্ৰেয়াছ আয়াৰ।

বিৰাটে আয়াৰৰ অংশীদাৰিত্বৰে শতক সম্পূৰ্ণ কৰিলে। ১০০ ৰান পোৱাৰ পিছত বিৰাটে প্ৰথমে শচীনৰ ফালে চাই সেৱা জনায়। ‘মাষ্টাৰ ব্লাষ্টাৰ’ও গেলেৰীত থিয় হৈ বিৰাটক অভিনন্দন জনালে। ইয়াৰ পিছত কোহলীৰ চকু অনুষ্কাৰ ওপৰত আছিল। অনুষ্কাই স্বামীক তেওঁৰ অনন্য আদৰ্শৰ বাবে অভিনন্দন জনাবলৈ চুমা এটা উৰুৱাই দিয়ে।

ছেমি ফাইনেল মেচ খেলিবলৈ নামি অহাৰ সময়তো অনুষ্কাই স্বামীক সম্ভাষণ জনাবলৈ চুমা এটা উৰুৱাই দিছিল। বিৰাটে ইনিংছৰ সময়ছোৱাত কেইবাবাৰো উজুটি খাইছিল। বাৰে বাৰে কেমেৰাটো অনুষ্কাৰ ফালে ঘূৰি গ’ল। অনুষ্কাৰ মুখখন চিন্তিত হৈ পৰিছিল। কিন্তু নিজৰ স্বাভাৱিক বেটিংশৈলীৰে বিৰাটে ইনিংছ আগুৱাই নিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক