--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কলকাতাস্থিত টাটা ষ্টীল লিমিটেডে গুৱাহাটীস্থিত লাৰ্ছেন এণ্ড ট'ব্ৰ' লিমিটেডৰ বাবে প্ৰেৰণ কৰা এই পৰিবহণত মুঠ ২৩,৯৮০টা বেগ আছিল, যাৰ ওজন প্ৰায় ১,১৯৯ মেট্ৰিক টন।

ডিজিটেল ডেস্ক: ভাৰতৰ আভ্যন্তৰীণ জলপথেৰে ১৫০০ মেট্ৰিক টন উচ্চ-মূল্যৰ সামগ্ৰীৰ কলকাতাৰ পৰা পাণ্ডুলৈ সফল পৰিবহণ। আভ্যন্তৰীণ জলপথ ব্যৱস্থাৰ দক্ষতা বৃদ্ধি পোৱা বিষয়টো পুনৰ এবাৰ প্ৰতিফলিত কৰি, গ্ৰানুলেটেড ব্লাষ্ট ফাৰ্নেচ স্লেগ আৰু টিএমটি বাৰসমূহৰ উচ্চ-মূল্যৰ পৰিবহণ ইণ্ডো-বাংলাদেশ প্ৰটোকল জলপথৰে পাণ্ডুলৈ আহি পালে।


কলকাতাস্থিত টাটা ষ্টীল লিমিটেডে গুৱাহাটীস্থিত লাৰ্ছেন এণ্ড ট'ব্ৰ' লিমিটেডৰ বাবে প্ৰেৰণ কৰা এই পৰিবহণত মুঠ ২৩,৯৮০টা বেগ আছিল, যাৰ ওজন প্ৰায় ১,১৯৯ মেট্ৰিক টন। ইয়াৰ উপৰিও ৩০০ মেট্ৰিক টন টিএমটি বাৰসমূহো অন্তৰ্ভুক্ত আছিল। এই সমগ্ৰ মাল টাগ এমভি ত্ৰিশূল আৰু বাৰ্জ ডিবি দিক্ষু আৰু ডিবি অজয়ৰ জৰিয়তে পৰিবহণ কৰা হৈছিল।


এই সফল পৰিবহণে অভ্যন্তৰীণ জলপথৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ দিশটো স্পষ্টকৈ প্ৰকাশ কৰিছে, যিয়ে বাল্ক কাৰ্গ’ পৰিবহণত অধিক দক্ষতা আৰু আঞ্চলিক সংযোগ উন্নত কৰিছে। এইক্ষেত্ৰত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে এনে নিৰৱচ্ছিন্ন ব্যৱস্থা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ