--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ক’ভিডকালীন পৰিৱেশৰ পাছত মুকলি হোৱা ছবিগৃহসমূহ ক্ৰমাৎ প্ৰাণ পাই উঠিছে৷ কৰ’নাই কোঙা কৰা অসমৰ চিত্ৰগৃহত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’। ছবিখনৰ পৰিচালক ৰাজেন দাস।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নাৰায়ণ ডেকা, আশা বৰদলৈকে ধৰি বহুকেইজন শিল্পীয়ে৷ লগতে ছবিখনত সংগীত পৰিচালনা কৰিছে তৰালী শৰ্মাই। উল্লেখ্য যে, বিগত কেইমাহত ছবিখনে কেইবাখনো মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ খিতাপ অৰ্জন কৰাৰ লগতে বিভিন্ন শিতানত প্ৰায় ৩০টা পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

২২ অক্টোবৰত গুৱাহাটীৰ মেট্ৰিক্স চিনেমাত প্ৰিমিয়াৰ হ’ব ছবিখনৰ। পুতলা নাচৰ শিল্পীসকলৰ জীৱন-সংগ্ৰাম আৰু লগতে অসমৰ পুতলা নাচক ‍বিশ্ব প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাৰ মানসেৰে পৰিচালক ৰাজেন দাসৰ এই প্ৰচেষ্টা। মুঠ ৯টাকৈ ছবিগৃহত মুকলি হ’ব এই ছবিখন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ