--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণীত থাকে ভিটামিন ডি। ভিটামিন ডিক ‘ছানশ্বাইন ভিটামিন’ বুলিও কোৱা হয়। আমি সকলোৱে জনা মতে বেছিভাগ ভিটামিন ডি সূৰ্যৰ পোহৰৰ পৰা পোৱা যায়। ইয়াৰ উপৰিও কণীতো প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকিব পাৰে। যিসকলে পঢ়া-শুনা বা কামৰ বাবে ঘৰৰ পৰা আঁতৰত বেছিভাগ সময় কটায়, তেওঁলোকৰ বাবে কণী ভিটামিন ডিৰ এক উত্তম উৎস হ’ব পাৰে। 

মূলতঃ কণীৰ কুহুমত ভিটামিন ডি স্বাভাৱিকতে লুকাই থাকে। এটা স্বাভাৱিক আকাৰৰ কণীত প্ৰায় ১০ৰ পৰা ২০ আই ইউ (আন্তঃৰাষ্ট্ৰীয় একক) ভিটামিন ডি থাকিব পাৰে। কিন্তু পুষ্টিবিদসকলৰ মতে এজন প্ৰাপ্তবয়স্ক ব্যক্তিক প্ৰতিদিনে প্ৰায় ৬০০-৮০০ আই ইউ ভিটামিন ডিৰ প্ৰয়োজন হয়।

ভিটামিন ডিৰ উপৰিও কণী আন পুষ্টিকৰ উপাদানৰ ভঁৰাল। যিদৰে প্ৰটিন, সকলো প্ৰয়োজনীয় এমিনো এচিডৰ লগতে অন্যান্য খনিজ পদাৰ্থও সমৃদ্ধ।

ভিটামিন বি ১২: শৰীৰৰ ৰক্তকণিকা বৃদ্ধি কৰাত সহায় কৰে আৰু স্নায়ু সুস্থ কৰি ৰাখে।

ভিটামিন এঃ চকু আৰু ছাল সুস্থ কৰি ৰখাত সহায় কৰে।

কোলিন: যকৃতৰ কাৰ্য্যক্ষমতা আৰু মগজুৰ বিকাশ উন্নত কৰাত সহায় কৰে।

প্ৰটিন হিচাপে স্বাস্থ্যকৰ চৰ্বি আৰু অন্যান্য প্ৰয়োজনীয় উপাদান কণীত থাকে। সহজে শৰীৰৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ