--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱীত সকলোৱে নিজৰ নামটো চিৰস্মৰণীয় কৰি যাব বিচাৰে। আনে নকৰা কামেৰে ব্যতিক্ৰমী হৈ থাকিব বিচাৰে বহুতেই। পুনৰ চৰ্চালৈ আহিছে অভিলেখ সৃষ্টিকাৰী আন এটা কাণ্ড। এগৰাকী ব্যক্তিয়ে বিশ্ব ৰেকৰ্ড সৃষ্টি কৰিবলৈ খোজ কাঢ়িলে মাটিৰ পৰা ৬,২৩৬ ফুট উচ্চতাত।
বিশ্ব ৰেকৰ্ড সৃষ্টি কৰিবলৈ মানুহজনে ৬,২৩৬ ফুট উচ্চতাত থকা শ্লেকলাইনত খালী ভৰিৰে খোজ কাঢ়িছিল। তেওঁৰ এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰা পাছত মূহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰিছে।
গিনিজ ৱ’ৰ্ল্ড ৰেকৰ্ডছে শেহতীয়াকৈ ‘সৰ্বোচ্চ শ্লেকলাইন ৱাক’ৰ বাবে বিশ্ব ৰেকৰ্ডৰ প্ৰচেষ্টাৰ এটা আকৰ্ষণীয় ভিডিঅ’ শ্বেয়াৰ কৰিছে। শ্বাসৰুদ্ধকাৰী ক্লিপটোত ৩৪ বছৰীয়া ৰাফেল জুগনো ব্ৰিডিয়ে মাটিৰ পৰা ৬,২৩৬ ফুট ওপৰত থকা দুটা গৰম বায়ু বেলুনৰ মাজত থকা শ্লেকলাইনত খালি ভৰিৰে খোজ কাঢ়ি থকা দেখা গৈছিল। উল্লেখ কৰিব লাগিব যে, এই উচ্চতা বুৰ্জ খলিফাৰ উচ্চতাৰ দুগুণ।
গিনিছৰ মতে, ২০২১ চনৰ ২ ডিচেম্বৰত ব্ৰাজিলৰ ছাণ্টা কাটাৰিনাৰ প্ৰিয়া গ্ৰেণ্ডৰ ওপৰেৰে ১৮ মিটাৰ দীঘল আৰু ১ ইঞ্চি বহল ক্ৰছিঙত ব্ৰাজিলিয়ান জনে খোজ কাঢ়িছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান