--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সৰ্বভাৰতীয় পৰ্যায়ত অশোকা বিশ্ববিদ্যালয়ে চলোৱা এক গৱেষণাত ১৯৫১ চনৰ পৰা ২০২০ চনলৈকে পোনপটীয়াকৈ নিযুক্ত হোৱা মুঠ ৫২৫৫ গৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াৰ কিমানগৰাকী কোনখন ৰাজ্যৰ বাসিন্দা, সেই তথ্য প্ৰকাশ হৈছে৷ বিশ্ববিদ্যালয়খনৰ তথ্যৰ আধাৰত ৰাজ্য অনুযায়ী জনসংখ্যাৰ পৰিসংখ্যাৰে সৈতে কেইখনমান ৰাজ্যৰ তুলনামূলক পৰিসংখ্যা প্ৰকাশ কৰা হ’ল-

ৰাজ্য জনসংখ্যাৰ শতাংশ IAS ৰ শতাংশ
অসম ২.৬ ১.১
ওড়িশা ৩.৪৬ ৪.৫
পঞ্জাব ২.৩ ৬.৩
ৰাজস্থান ৫.৬৬ ৭.৫
তামিলনাডু ৫.৯ ৬.৮
কেৰালা ২.৭ ৪.৬
বিহাৰ+ঝাৰখণ্ড ১১.৩ ১০.৭
মিজোৰাম ০.০৯ ০.৪২
মেঘালয় ০.২৪ ০.৬৫
নাগালেণ্ড ০.১৬ ০.৩৮
মণিপুৰ ০.২৩ ০.৭২

এই পৰিসংখ্যাত এটা কথাই স্পষ্ট হৈছে যে অসমৰ স্থান উত্তৰ-পূব ভাৰতৰ আন কেইখন ৰাজ্যৰ তুলনাত নিম্নস্থানত আছে৷ যদি নগালেণ্ড, মিজোৰাম আদি ৰাজ্যৰ লোকে ST ৰ বাবে সংৰক্ষিত আসনবিলাক পোৱা বুলি ধৰা হয়, তেন্তে দেখা যায় যে অসমৰ জনজাতীয় লোকৰ সংখ্যা নগালেণ্ড, মিজোৰাম আৰু মণিপুৰ তিনিওখনৰ মুঠ জনজাতীয় লোকৰ সংখ্যাৰ সমান।

ভাৰতৰ ভিতৰতে ভাৰতীয় প্ৰশাসনিক বিষয়াৰ সংখ্যা অসমৰ সৰ্বনিম্ন৷ এই কথাই অসমৰ সামগ্ৰিক শিক্ষা ব্যৱস্থা, লোকসেৱা আয়োগৰ পৰীক্ষা সম্পৰ্কত জনসচেতনতাৰ ৰেহৰূপক প্ৰতিফলিত কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন