--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  দেশৰ ঐতিহ্য তাজমহলৰ ইতিহাস সম্পৰ্কে আকৌ এবাৰ আলোচনা হৈছে বিশ্বজুৰি। বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্কে তাজমহল সম্পৰ্কে এটা টুইট কৰাৰ পাছতে চৰ্চিত হৈছে বিষয়টো৷ ইলন মাস্কে মন্তব্য কৰিছে যে, তাজমহল হৈছে 'সঁচাকৈয়ে পৃথিৱীৰ আশ্চৰ্য'। 

ইলন মাস্কে তেওঁৰ টুইটত ২০০৭ চনত তাজমহল ভ্ৰমণ কৰাৰ কথা সুঁৱৰি ভাৰত ভ্ৰমণৰ বিষয়ে এটা টোকা লিখিছিল। মাস্কে টুইট কৰিছে, 'এয়া আশ্বৰ্যকৰ। মই ২০০৭ চনত তালৈ গৈছিলোঁ আৰু তাজমহল চাইছিলোঁ, ই সঁচাকৈয়ে পৃথিৱীৰ এক আশ্চৰ্য।' তেওঁ ভ্ৰমণৰ লগতে প্ৰকাশ কৰিছিল যে, তেওঁৰ মাতৃয়ে মাস্কৰ ককা-আইতাৰ তাজমহল ভ্ৰমণৰ বিষয়ে বৰ্ণনা কৰিছিল। এলনে কৈছিল যে তেওঁৰ মাতৃয়ে ককাক আৰু আইতাকক বিমানেৰে তাজমহল লৈ যোৱাৰ প্ৰমাণ আছে।

কেৱল এয়াই নহয়, ইলন মাস্কৰ মাতৃ মায়ে মাস্কেও এই ভ্ৰমণ সম্পৰ্কে টুইট কৰিছিল। তেওঁৰ টুইটে তাজমহল সম্পৰ্কীয় আলোচনাক অধিক মাত্ৰা দিয়ে। তেওঁ ইলন মাস্কৰ ককাক-আইতাকৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল, যাৰ সৈতে তেওঁ টোকাটোত লিখিছিল, '১৯৫৪ চনত, আপোনাৰ ককা-আইতাই দক্ষিণ আফ্ৰিকাৰ পৰা অষ্ট্ৰেলিয়ালৈ যাওঁতে তাজমহল চাবলৈ গৈছিল।'
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক