--°C
Loading...
Listen to Article
2 min read
80%

আমষ্টাৰডম : আফগানিস্তানত শীঘ্ৰেই নিষিদ্ধ কৰা হ’ব সংবাদ মাধ্যমৰ উপস্থিতি। তালিবানে ক্ষমতা দখলৰ পাছত দেশখনত সংবাদ মাধ্যমৰ বাবে মুকলি পৰিৱেশ নাথাকিব। সম্প্ৰতি তালিবানে দেশখনত সংবাদ মাধ্যমৰ স্বাধীনতা অব্যাহত থাকিব বুলি কৰা ঘোষণা পশ্চিমীয়া দেশ আৰু আন্তঃৰাষ্ট্ৰীয় মহলক বুৰ্বক সজাবলৈহে কৰা হৈছে।

এই দাবী কৰিছে দেশ এৰি পলাই যোৱা আফগানিস্তানৰ এজন প্ৰখ্যাত ফটো সাংবাদিকে। ২০১২ চনত পুলিৎজাৰ বঁটা লাভ কৰা সেই সময়ৰ ফ্ৰান্স-প্ৰেছৰ ফটো সাংবাদিক মাছুদ হোছাইনীয়ে এই মন্তব্য কৰিছে। সম্প্ৰতি তেওঁ মুক্ত সাংবাদিকতা কৰি আছে। তেওঁ কয় যে, আফগানিস্তানৰ নতুন শাসকসকলে ইতিমধ্যেই মহিলা সাংবাদিকৰ ওপৰত বাধা-নিষেধ আৰোপ কৰিছে।

তেওঁ দাবী কৰে যে, তালিবানে সংবাদ মাধ্যমক হত্যা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কিন্তু এয়া তেওঁলোকে খুব লাহে লাহে কৰি আছে। দেশখনৰ পৰা নাটকীয়াভাৱে তেওঁ প্ৰাণ লৈ পলায়ন কৰাৰ পাছতে এই মন্তব্য কৰিছে। তেওঁ সম্প্ৰতি নেডাৰলেণ্ডত আশ্ৰয় গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ