--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেশ্বন উদ্যোগৰ এক সুপৰিচিত নাম ছায়েছা শ্বিণ্ডে। ছায়েছা ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থাকে। ছায়েছা শ্বিণ্ডে এগৰাকী ট্ৰেন্স ৱ’মেন। তেওঁ প্ৰথমে এগৰাকী পুৰুষ আছিল। পুৰুষৰ পৰা নিজকে তেওঁ মহিলালৈ ৰূপান্তৰ কৰে। পুৰুষ হৈ থাকোতে তেওঁৰ নাম আছিল স্বপ্নীল শ্বিণ্ডে।ট্ৰেন্স ৱ’মেন ছায়েছাই ছ’চিয়েল মিডিয়াত তেওঁৰ লগত ঘটা বাস্তৱ ঘটনাৰ কথা উল্লেখ কৰি থাকে। শেহতীয়াকৈ তেওঁ মুকেশ আম্বানী পৰিয়ালৰ এটা পাৰ্টিত অংশ লৈছিল আৰু তাত তেওঁৰ লগত কি হৈছিল সেই কথাও ছ’চিয়েল মিডিয়াত সদৰী কৰিছে।
Lock Upp contestant and designer Saisha Shinde formerly known as Swapnil  opens up about becoming a transwoman; a look at her pre-transformation pics  and journey | The Times of India
সেই পাৰ্টিলৈ এযোৰ সেউজীয়া সাজ পৰিধান কৰি গৈছিল ছায়েছাই। ছায়েছাই কয় যে এইটো এটা অতি বিশেষ অনুষ্ঠান আছিল। এই অনুষ্ঠানটো মোৰ বাবে প্ৰথম আছিল য’ত মই অকলে গৈছিলো। মই অলপ অপ্ৰস্তুত হৈছিলো আৰু ৰেড কাৰ্পেটত ভৰি দিয়াৰ সময়তে পাপাৰাজীৰ ফুচফুচানি শুনিবলৈ পাইছিলো। এজনে কৈছিল,"কোনোবা মল্লযুঁজাৰু আহি আছে"। অৱশ্যে কিছু সময়ৰ পাছত তেওঁ মোক চিনি পাইছিল। ছায়েছাই কয় যে ''তেওঁ মোক চিনি পালেও, কিন্তু সেই এটা মুহূৰ্তই মোক মোৰ শৰীৰৰ প্ৰতি বহুত সতৰ্ক কৰি তুলিছিল। শৰীৰ মোৰ বাবে সদায় এটা সমস্যা হৈ আহিছে।''
Lock Upp contestant Saisha Shinde shares her story of becoming a  transwoman, see pre-transformation pics here | लॉक अप कंटेस्टेंट सायशा  शिंदे ने शेयर की अपने ट्रांसवुमन बनने की कहानी, यहां ...
এই পষ্টৰ সন্দৰ্ভত নেটিজেনসকলে ছায়েছাক সমৰ্থন আগবঢ়ায়। তেওঁলোকে কয় যে নিজে যেনেকুৱা তেনেকুৱাকৈয়ে গ্ৰহণ কৰাটো উচিত আৰু বেলেগৰ কথাত ধ্যান নিদি আগুৱাই যোৱাত গুৰুত্ব দিব লাগে।
Celebrity Fashion Designer Swapnil Shinde Comes Out As Transwoman 'Saisha'  - Filmibeat উল্লেখ্য যে এতিয়ালৈকে ছায়েছা শ্বিণ্ডেই অগণন চেলিব্ৰিটিৰ বাবে সাজ-পোছাক ডিজাইন কৰিছে। মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত হৰনাজ সান্ধুৱে পিন্ধা গাউনটো তেওঁৱেই ডিজাইন কৰিছিল। মাধুৰী দিক্ষীত, দীপিকা পাডুকন, কৰীনা কাপুৰ, তাপসী পান্নু, শ্ৰদ্ধা কাপুৰ, প্ৰিয়ংকা চোপ্ৰা আদি চেলিব্ৰিটিৰ সৈতে কাম কৰিছে ছায়েছাই। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস