--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰাতীয়া ৰূপত বলীউড অভিনেত্ৰী কৃতি ছেনন৷ অৱশ্যে এই খবৰটো কোনো ডাঙৰ খবৰ নহয় যে যাৰ বাবে সংবাদ মাধ্যমত স্থান পাব৷ সংবাদ মাধ্যমত এই বাবেই খবৰটোৱে স্থান পাইছে, কাৰণ কৃতিয়ে যিটো ঘৰ ভাড়াত লৈছে সেই ঘৰটো হৈছে বলীউডৰ চাহেনশ্বাহ অমিতাভ বচ্চনৰ৷

অমিতাভ বচ্চনে মুম্বাইত দুবছৰৰ বাবে প্ৰতি মাহে ১০ লাখ টকাৰ বিনিময়ত এই ডুপ্লেক্স ইউনিট ভাড়ালৈ লৈ দিছে অভিনেত্ৰীগৰাকীক৷ এপাৰ্টমেণ্টটো আন্ধেৰী পশ্চিমৰ লোখাণ্ডৱালা ৰোডৰ আলটাণ্টিছ ভৱনৰ ২৭ আৰু ২৮ মহলাত অৱস্থিত। ছেননে ৬০ লাখ টকাৰ ছিকৰিটী ধন পৰিশোধ কৰি বুকিং কৰিছে ঘৰটো।

এপাৰ্টমেণ্টটো ছেননে চাৰিখন কাৰ পাৰ্ক কৰিব পাৰিব। ছেননে ১২ নৱেম্বৰত অনুজ্ঞাপত্ৰ চুক্তি কৰি পঞ্জীয়ন কৰিছিল। লীজৰ ম্যাদ ১৬ অক্টোবৰ, ২০২১ ৰ পৰা ১৫ অক্টোবৰ, ২০২৩ লৈ অৰ্থাৎ ২৪ মাহৰ বাবে ঘৰটো চুক্তি কৰিছে৷


কিছুদিনৰ পৰা, ছেননে ব্যক্তিগত কথাৰ বাবে এটুকুৰা নতুন ঠাই বিচাৰি আছিল৷ চহৰখনত অসংখ্য ঘৰ চোৱাৰ পাছত অভিনেত্ৰীগৰাকীয়ে এতিয়া মুম্বাইৰ আন্ধেৰী অঞ্চলৰ এটা নতুন বাসগৃহলৈ যাবলৈ সাজু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ