--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসম আন্দোলনৰ শ্বহীদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি সমগ্ৰ অসমতে ক্ষোভৰ জ্বলোৱাৰ পাছত কৃতকৰ্মৰ ফল ভুগিছে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে। ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাছতেই জামিনবিহীন ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় বহুবল্কী বিধায়কজনক। ভাৰতীয় দণ্ডবিধিৰ ১৫৩, ১৫৩(ক), ২৯৪, ৫০০ ধাৰাৰ অধীনত বিধায়কজনক গ্ৰেপ্তাৰ কৰি ৩৫৯৮/২১ নম্বৰত এক গোচৰ ৰুজু কৰা হয়।

সাধাৰণ অপৰাধীৰ দৰে পাণবজাৰ থানাত ৰখা হৈছে বিধায়ক শ্বেৰমান আলীক৷ থানাৰ ভিতৰেৰে খাদ্য খাবলৈ দিয়া হৈছে শ্বেৰমান আলীক৷ লকআপৰ বাহিৰত চকীত বহুৱাই ৰখা হৈছে বিধায়কগৰাকীক৷ মধুমেহ, উচ্চ ৰক্তচাপ,হৃদৰোগত আক্ৰান্ত হৈ থকাৰ বাবে শ্বেৰমান আলীক কিছু সময়ৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব MMCHলৈ৷

উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি শ্বেৰমান আলীক নিলম্বনৰো নিৰ্দেশ দিয়ে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ববিতা শৰ্মাই স্বাক্ষৰ কৰা বিবৃতিত কোৱা হৈছে যে দলীয় শৃংখলা ভংগৰ অভিযোগতে শ্বেৰমান আলীক দলৰ পৰা নিলম্বন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ