--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘MINISTRY OF INFORMATION & BROADCASTING’ৰ সহযোগত বিগত ২৪ৰ পৰা ২৮ ছেপ্টেম্বৰলৈ লাডাখৰ লেহত অনুষ্ঠিত হোৱা ‘THE HIMALAYAN FILM FESTIVAL’ত সন্মানিত হৈছে দুই অসম সন্তান। বিগত বৰ্ষত ‘META(MAHINDRA EXCELLENCY THEATRE AWARD)’ বিজয়ী পৰিচালক ছাহিদু হকৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত ‘THE MUTE WATER’ নামৰ চুটি ছবিখনে ‘BEST SHORT STORY’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ এখন ছবি দাঙি ধৰা হৈছিল।

একেদৰে দিল্লী এনএছডিৰ স্নাতক বৰ্ণালী মেধিৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত অসমীয়া পাতিৰাভা ভাষাৰ ‘GO FOR ORGANIC’ নামৰ ছবিখনে ‘BEST SHORT FILM’ৰ সন্মান লাভ কৰে। লগতে তেওঁক এইবাৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ ‘SENIOR FELLOWSHIP’ সন্মানেৰেও সন্মানিত কৰা হয়। কেনেদৰে প্ৰদূষণ সৃষ্টিকাৰী প্লাষ্টিক উপদানসমূহৰ পৰিৱৰ্তে জৈৱিক সম্পদসমূহ ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়বস্তুৰ আধাৰতে নিৰ্মাণ কৰা হৈছিল ‘GO FOR ORGANIC’ নামৰ ছবিখন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ