--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ-পূব ৰে'লৱেৰ অধীনত বাতিল হোৱা কেইবাখনো ৰে'ল পুনৰ চলাচল কৰিব। ৰে'লৱেৰ দ্বাৰা আলিপুৰদুৱাৰ মণ্ডলৰ কালাইগ্ৰাম-গুমানি হাট শাখাৰ মাজত নন-ইণ্টাৰলকিং কাম চলি থকা বাবে কেইবাখনো ৰে'ল সেৱা বাতিল কৰা হৈছিল৷এতিয়া এই সকলো পথতে ৰে'লসমূহ চলাচল কৰোৱাৰৰ সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰ ফলত উত্তৰ-পূব ৰে'লৱেৰ অধীনত বাতিল হোৱা কেইবাখনো ৰে'ল পুনৰ চলাচল কৰিব।এই অনুসৰি ৮ অক্টোবৰৰ পৰা নিৰ্ধাৰিত সময়ত আনন্দ বিহাৰ টাৰ্মিনাসৰ পৰা চলিব 05622 আনন্দ বিহাৰ টাৰ্মিনাস-কামাখ্যা স্পেচিয়েল ৰে'ল।  আনহাতে ৭ অক্টোবৰৰ পৰা কামাখ্যাৰ পৰা নিৰ্ধাৰিত সময়ৰ পৰা চলিব 05621 কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনাস স্পেচিয়েল ৰে'ল৷। লগতে এই ৪খন ৰেলৰ চলাচলো পুনৰ বাহাল কৰা হৈছে।

১. ৪ অক্টোবৰঃ ৰে'ল নং 05624, কামাখ্যা-ভগত কি কোঠি স্পেচিয়েল ৰে'ল ।

২. ৫ অক্টোবৰঃ ৰে'ল নং 05623, ভগত কি কোঠি-কামাখ্যা স্পেচিয়েল ৰে'ল।

৩. ৬ অক্টোবৰঃ ৰে'ল নং 05633, বিকানেৰ-গুৱাহাটী স্পেচিয়েল ৰে'ল।

৪. ৯ অক্টোবৰঃ ৰে'ল নং 05634, গুৱাহাটী-বিকানেৰ স্পেচিয়েল ৰে'ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক