--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাদাম আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। বাদাম শুকানে খোৱাতকৈ তিয়াই খালে বেছি লাভালাভ পোৱা যায়।  তিয়াই থোৱা বাদামে বিশেষকৈ, হজম আৰু পুষ্টিশোষণত সহায় কৰে। বাদামত এএলএ অমেগা-৩ ফেটি এচিড অধিক থাকে, যি ৰিউমেটইড আৰ্থ্ৰাইটিছ প্ৰৱন্ধনৰ লগতে আলঝেইমাৰ ৰোগ আৰু ডিমেনচিয়া প্ৰতিৰোধত সহায় কৰে। তিয়াই থোৱা বাদাম খাই দিনটো আৰম্ভ কৰিলে বহুত লাভালাভ পোৱা যায়।

তিয়াই থোৱা বাদাম খোৱাৰ উপকাৰিতা

১) তিয়াই থোৱা বাদাম হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী।, ই আপোনাক আপোনাৰ কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰিব পাৰে। বাদামত অমেগা-৩ ফেটি এচিড থাকে, যি অনিয়মীয়া হৃদস্পন্দন উন্নত কৰাত আৰু হৃদ আক্ৰমণ প্ৰতিহত কৰাত সহায় কৰে। যদিও বাদাম আপোনাৰ শীতকালীন আহাৰত এক স্বাস্থ্যকৰ সংযোজন।

২) ই কলেষ্টেৰল হ্ৰাস কৰাত, ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত আৰু সহায় কৰে।

৩) যিকোনো ৰোগৰ পৰা আমাক ৰক্ষা কৰে।

৪) তিয়াই থোৱা বাদামে বিশেষকৈ, হজম আৰু পুষ্টিশোষণত সহায় কৰে। 

৫) আৰ্থ্ৰাইটিছ, আলঝেইমাৰ ৰোগ আৰু ডিমেনচিয়া প্ৰতিৰোধত সহায় কৰে।

৬) ই ভাগৰ প্ৰতিৰোধ কৰাত সহায় কৰে।

৭) তিয়াই থোৱা বাদামে অধিক শক্তি প্ৰদান কৰে আৰু আপোনাৰ হৰমনৰ স্বাস্থ্যৰ বাবে উপকাৰী।

৮) স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে।

৯) যদি আপোনাৰ ছালখন কম বয়সীয়া দেখাতো বিচাৰে তেন্তে বাদাম তিয়ালে খালে উপকাৰ পাব। 

১০) পাচন তন্ত্ৰৰ সাধাৰণ স্বাস্থ্যত সহায় কৰে।

১১)ই আপোনাৰ পেশী উন্নত কৰে।

১২) যদি আপুনি ৰাতিটো তিয়াই থোৱা বাদাম খায়, তেনেহ'লে ই গাঁঠি আৰু কঁকালৰ বিষ হ্ৰাস কৰিব পাৰে। দৰাচলতে, ইয়াত থকা প্ৰ'টিন আৰু কেলচিয়ামে গাঁঠি আৰু কঁকালৰ বিষ উপশম কৰাত সহায় কৰে।

গতিকে আপোনাৰ পুৱাৰ ৰুটিনত তিয়াই থোৱা বাদাম অন্তৰ্ভুক্ত কৰক আৰু আপোনাৰ সুস্বাস্থ্যৱান হৈ থাকক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ