--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ অন্যতম ধুনীয়া অভিনেত্ৰী তমন্না ভাটিয়া। মেকআপ নকৰাকৈও তেওঁক বৰ ধুনীয়া দেখা যায়। তেওঁৰ আচৰিত স্কিনকেয়াৰ ৰুটিনৰ বাবে পৰিচিত। প্ৰায়ে অভিনেত্ৰীগৰাকীয়ে নিজৰ ফিটনেছ আৰু স্কিনকেয়াৰ ভিডিঅ’ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰা দেখা যায়। এতিয়া শেহতীয়াকৈ তামান্নাই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তাইক ফিল্টাৰ নোহোৱাকৈ আৰু মেকআপ নোহোৱাকৈ দেখা গৈছে।


ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত, বেড স্কিন ডে’ উদযাপন কৰি তামান্নাই যুৱক-যুৱতীসকলক প্ৰতিটো সুযোগতে নিজকে ভাল পাবলৈ পৰামৰ্শ দিয়ে। এইদৰে এই ভিডিঅ’টোত তমান্নাক সদায়ৰ দৰেই ধুনীয়া দেখা গৈছে যদিও মুখত পিম্পল আৰু দাগ দেখা গৈছে। ইয়াৰ মাজতে তাই কণমানি ছোৱালীক যিকোনো মূল্যতে নিজকে ভাল পাবলৈ পৰামৰ্শ দিছে।

তমন্না ভাটিয়াই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁক ফিল্টাৰ নোহোৱাকৈ দেখা যায়। অভিনেত্ৰীগৰাকীয়ে নিজৰ বেয়া ছালৰ দিনটো প্ৰদৰ্শন কৰিলে। ভিডিঅ’টোত তমন্নাৰ মুখত কিছু দাগ আৰু পিম্পল দেখা গৈছে। তেওঁ কণমানি ছোৱালীবোৰকো নিজৰ বেয়া ছালখন ভাল পাবলৈ কৈছিল আৰু বেয়া ছালৰ দিনতো টেনচন ল’ব নালাগে বুলি কৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস