--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেতীয়াকৈ বেংগালুৰুত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডত৷ শনিবাৰে বিয়লি বেংগালুৰুৰ ব্যালিকাভল আৰক্ষী চকীৰ সীমিপত ২৯ বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহ টুকুৰা টুকুৰ কৰি এটা ঘৰৰ ফ্ৰীজৰ ভিতৰত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে।

আৰক্ষীয়ে জনোৱা মতে, মহিলা গৰাকীৰ নাম মহালক্ষ্মী, বয়স ২৯ বছৰ৷ আৰু মহিলা গৰাকী বেংগালুৰুৰ সমীপৰ নেলামংগালাৰ বাসিন্দা আছিল বুলি সদৰি কৰিছে। আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী হেমন্ত দাস বুলি চিনাক্ত কৰিছে। পাঁচ বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছ্ল হেমন্ত দাসৰ সৈতে৷ চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁলোকৰ বিচ্ছেদ হৈছিল বুলি জানিব পৰা গৈছে৷ 

মহিলাগৰাকীৰ চাৰি বছৰীয়া কণ্যা পিতৃ হেমন্ত দাসৰ লগত থাকে।আৰু প্ৰতি পষেকৰ মূৰে মূৰে জীয়েকক মাকৰ ওচৰলৈ আনিছিল বুলি জানিব পৰা গৈছে৷বিবাহ বিচ্ছেদৰ পাছত মহিলা গৰাকী বেংগালুৰুত মহিলা গৰাকী অকলে বাস কৰিছ্লি বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীয়ে প্ৰায় ১৫ দিন পূৰ্বে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে৷ উল্লেখোগ্য যে ঘৰটোৰ পৰা দুৰ্গন্ধ বাহিৰ হোৱা বুলি চুবুৰিয়াই অভিযোগ দিয়াৰ পাছতে পৰিয়ালৰলোকে বিচাৰ চলোৱাৰ অন্তত এই ঘটনা পোহৰলৈ আহিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু