--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আগষ্ট মাহত ইউ পি আই লেনদেন যোৱা বৰ্ষৰ তুলনাত এই বর্ষত ৩৪% বৃদ্ধি পায়।

ডিজিটেল ডেস্ক : নেশ্যনেল পেমেণ্টছ কৰ্প'ৰেশ্যন অব ইণ্ডিয়া (এন পি চি আই)ই সোমবাৰে প্ৰকাশ কৰে যে ইউ পি আই যোগে চলিত বৰ্ষৰ আগষ্ট মাহত ২০ বিলিয়ন (২০০০ কোটি) লেনদেন সম্পন্ন হয়। বিগত জুলাই মাহত এই পৰিমাণ আছিল ১৯.৪৭ বিলিয়ন।


সামাজিক মাধ্যম এক্সযোগে দিয়া এটা বার্তাত এন পি চি আয়ে লগতে আলোকপাত কৰে যে আগষ্ট মাহত ইউ পি আই লেনদেন যোৱা বৰ্ষৰ তুলনাত এই বর্ষত ৩৪% বৃদ্ধি পায়। আগষ্ট মাহত ইউ পি আই লেনদেনৰ মূল্য ২৪.৮৫ লাখ কোটি টকা আছিল বুলিও এন পি চি আয়ে কয়। অৱশ্যে জুলাই মাহত ২৫.০৮ লাখ কোটি টকাতকৈ কম।


গড় হিচাপত আগষ্ট মাহত দৈনিক ৬৪৫ মিলিয়ন লেনদেন সম্পন্ন হৈছিল। দৈনিক এনে লেনদেনৰ মূল্য আছিল ৮০,১৭৭ কোটি টকা। কেন্দ্ৰীয় চৰকাৰে দৈনিক ইউ পি আই লেনদেনৰ লক্ষ্য ১ বিলিয়ন (১০০ কোটি) নিৰ্ধাৰণ কৰি দিছে।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ