--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। আজি পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ পক্ৰিয়া। ভোটগ্ৰহণ সন্ধিয়া ৭বজাত অন্ত পৰাৰ লগে লগে দেশৰ ৫ৰাজ্যৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰিব। উত্তৰ প্ৰদেশত আজি ৯খন জিলাৰ ৫৪টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৬১৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২.০৬কোটি ভোটাৰে। পুৱাৰে পৰা এই আটাইকেইটা সমষ্টিত শান্তিপূৰ্ণভাৱে চলি আছে ভোটদান প্ৰক্ৰিয়া। সন্ধিয়া ৬ বজাত অন্ত পৰিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। আজি নিৰ্বাচন অনুষ্ঠিত হ'ব লগীয়া জিলাসমূহৰ ভিতৰত আছে বাৰাণসী , চান্দৌলি, ভাদোহী, মিৰ্জাপুৰ, ৰবাৰ্টছগঞ্জ, গাজীপুৰ, মৌ, আজমগড় আৰু জৌনপুৰ। নিৰ্বাচন আয়োগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, সপ্তম পৰ্যায়ত ৭৫ গৰাকী মহিলাকে ধৰি মুঠ ৬১৩ জন প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ধাৰণ কৰা হ'ব। ৪০৩ খন আসনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম ছটা পৰ্যায়ত ৰাজ্যখনৰ ৩৪৯ খন বিধানসভা আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হ'ব। আৰু পঢ়কঃ পেলেষ্টাইনত ভাৰতীয় ৰাষ্ট্ৰদূত মুকুল আৰ্যৰ ৰহস্যজনক মৃত্যু! তদন্তৰ নিৰ্দেশনা পেলেষ্টাইনী ৰাষ্ট্ৰপতিৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ