--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  ২০১৪ চনৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলত হ্ৰাস পাইছে ৭৪ শতাংশ সন্ত্ৰাসবাদজনিত সমস্যা। বুধবাৰে ৰাজ্যসভাত এই তথ্য দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে৷ইয়াৰোপৰি নিত্যানন্দ ৰায়ে জনায় যে, পূৰ্বতকৈ ২০২১ চনত  সাধাৰণ নাগৰিকৰ মৃত্যুৰ হাৰ  ৮৯ শতাংশ হ্ৰাস পাইছে। 

২০১৫ চনৰ পৰা ১৫ জুলাই পৰ্যন্ত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ মুঠ ৬,০৭০ জন কেডাৰে আত্মসমৰ্পণ কৰিছে আৰু মূলসুঁতিলৈ ঘূৰি আহিছে৷ এই তথ্যও কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত দাখিল কৰে৷ 

“২০১৪ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ আইন-শৃংখলা অধিক উন্নত হৈছে ৷ ২০১৪ চনৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ ৭৪ শতাংশ সন্ত্ৰাসবাদজনিত সমস্যা হ্ৰাস পাইছে৷ সাধাৰণ নাগৰিকৰ মৃত্যুৰ হাৰ ৮৯ শতাংশ হ্ৰাস পোৱাৰ লগতে হতাহতিৰ হাৰ ৬০ শতাংশ হ্ৰাস পাইছে ৷”- বুধবাৰে ৰাজ্যসভাত এনেদৰে মন্তব্য কৰে মন্ত্ৰী নিত্যানন্দ ৰায়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ