--°C
Loading...
Listen to Article
2 min read
80%

ঢেকিয়াজুলি : ভাদমাহত হৰি নামৰ ধ্বনিৰে মুখৰিত হয় নামঘৰৰ বাকৰি৷ অসমীয়াই ভক্তিৰসত বিলীন হয় এই পৱিত্ৰ ভাদ মাহত। ভক্তিৰসৰ সাগৰ বৈ যায় এই মাহটোত। হৰি-বন্দনাৰে মুখৰিত হৈ পৰে অসমীয়া জাতীয় সংস্কৃতিৰ যাদুঘৰস্বৰূপ নামঘৰ। কাহিলিপুৱাতে হালখন লৈ পথাৰলৈ যোৱা কৃষকজন, বেলি ওলোৱাৰ লগে লগে মুখত কিবা অলপ ভৰাই চহৰৰ বজাৰলৈ যোৱা ক্ষুদ্ৰ ব্যৱসায়ীজন— গধূলি এপাক নামঘৰলৈ যাবলৈ কোনেও নাপাহৰে। প্ৰায় সমগ্ৰ মাহজুৰি ৰাজ্যত নাম-প্ৰসংগ চলে।

কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট

এই পবিত্ৰ ভাদমহীয়া নামপ্ৰসংগত ভাগ লৈ সৰ্বত্ৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে কেন্ত্ৰীয় মন্ত্ৰী এগৰাকীয়ে৷ ভাদমহীয়া নামত অংশ লৈছে কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে৷ ঢেকীয়জুলিৰ এটা নামঘৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অংশ লৈ অসমীয়াৰ হৃদয় জিনিবলৈ সক্ষম হয়৷ ইপিনে অসমৰ নামঘৰৰ পৰিৱেশত মুগ্ধ হয় শ্বেখাৱট৷ ভকতৰ সৈতে নামত অংশ ল’লে মন্ত্ৰীজনে৷ মন্ত্ৰীজনক সংগ দিয়ে মন্ত্ৰী অশোক সিংঘল, কামাখ্য তাছাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ