--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱানখেদেত ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেল খেল চাবলৈ আহিছে ডেভিদ বেকহাম। শচীন তেণ্ডুলকাৰে তেওঁক লগ দিছে। তাৰপাছতে বেকহামে দুয়োটা দলৰ ক্ৰিকেটাৰৰ সৈতে হাত মিলাই থকা দেখা গৈছিল। শচীন আৰু বেকহাম একেলগে খেলপথাৰত প্ৰৱেশ কৰিলে। ইয়াৰ পিছত তেওঁ দুয়োটা দলৰ ক্ৰিকেটাৰৰ লগত হাত মিলাইছিল।

ইংলেণ্ডৰ প্ৰাক্তন ফুটবলাৰ বেকহামে বুধবাৰে ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলত ইউনিচেফৰ ৰাষ্ট্ৰদূত হিচাপে অংশগ্ৰহণ কৰে। ৱানখেডেত একেলগে দুখন ভিন্ন খেলৰ দুজন শ্ৰেষ্ঠ খেলুৱৈক দেখি দৰ্শকসকল আপ্লুত হৈ পৰিছে৷

বেকহামে বিৰাট কোহলীৰ স’তেও কথা পাতে৷ কোহলীৰ স’তে তোলা ছেল্পীৰ ষ্টেটাছ তেওঁ ইনষ্টাগ্ৰামত দিছে৷ লিখিছে যে এই ব্যক্তিজনক লগ পাই ভাল লাগিল৷ ৰাষ্ট্ৰীয় সংগীতৰ সময়ত বেকহাম আৰু শচীনক বাউণ্ডেৰীত কাষে কাষে থিয় হৈ থকা দেখা গৈছিল। বেকহামৰ দেশখনে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। কিন্তু ক্ৰিকেটৰ ছেমি ফাইনেল চাবলৈ আহিছে ইংৰাজ ফুটবলাৰগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক