--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত খেল আৰম্ভ হোৱাৰ পূৰ্বে তেওঁক গেলেৰীত দেখা গৈছিল। বাকী ভাৰতীয় ক্ৰিকেটাৰৰ পত্নী আৰু প্ৰেমিকাৰ লগত বহিছিল। খেলখনৰ নৱম অভাৰত উশাহ বন্ধ হোৱাৰ উপক্ৰম হয় অনুষ্কা শৰ্মাৰ। অৱশেষত স্বস্তিৰ উশাহ এটা ল’লে। 

 ৰোহিত শৰ্মা আউট হোৱাৰ পিছতে কোহলীয়ে মাত্ৰ ক্ৰীজলৈ নামি আহিছে। চলি আছে নৱম অভাৰ। টিম চাউথীৰ চতুৰ্থটো বল পেডত খুন্দা মাৰে। ১১ গৰাকী কিউই ক্ৰিকেটাৰে একেলগে চিঞৰ বাখৰ কৰে। খেলপথাৰত থকা আম্পায়াৰে গুৰুত্ব নিদিলেও ৱানখেদেত শ্মশানৰ নিস্তব্ধতা আছিল। নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে এজন এজনকৈ সতীৰ্থসকলক সুধিছে কি কৰা উচিত? অৱশেষত ডি আৰ এছ ল’লে৷

প্ৰথমে ডি আৰ এছে আন এটা কেমেৰাৰে ঘটনাটো দেখুৱাইছিল। ইয়াৰ পিছত স্নিকোমিটাৰত দেখা গ’ল যে বলটো প্ৰথমে কোহলীৰ বেটত খুন্দা মাৰিলে। তাৰ পিছত তৃতীয় আম্পায়াৰে কোহলীক ‘নট আউট’ দিয়াৰ সিদ্ধান্ত লয়। কেমেৰা অনুষ্কাৰ ফালে যায়। হাতেৰে মুখখন ঢাকি নিৰাশাত বহি থকা অনুষ্কাই আম্পায়াৰৰ সিদ্ধান্ত ঘোষণা হোৱাৰ লগে লগে হাঁহি হাঁহি হাত চাপৰি বজাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক