--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ম'ষ্ট ৱাণ্টেড শ্বাহীদ লটিফক পাকিস্তানত গুলীয়াই হত্যা। অচিনাক্ত বন্দুকধাৰী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে শ্বাহীদ লটিফক। প্ৰতিবেদন অনুসৰি পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ শিয়ালকোট চহৰৰ মছজিদত অজ্ঞাত আক্ৰমণকাৰীয়ে তেওঁক গুলীয়াই হত্যা কৰে।

সূত্ৰ অনুসৰি ৪১ বছৰীয়া লতিফৰ জম্মু-কাশ্মীৰৰ বহু সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছিল। কেন্দ্ৰীয় শাসিত অঞ্চলৰ সন্ত্ৰাসবাদী সংগঠনৰ সহযোগত তেওঁ কেইবাটাও আক্ৰমণ সংঘটিত কৰিছিল। তেওঁক লতিফ জৈছ-ই-মহম্মদৰ সেনাপতি বুলি অনুমান কৰা হৈছে।

পাঠানকোট আক্ৰমণৰ মূল অভিযুক্ত আছিল শ্বাহীদ লটিফ। NIA আৰু UAPAৰ অধীনত ভাৰতত নেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। ভাৰতত সন্ত্ৰাস বিয়পোৱাৰ কাম কৰিছিল অভিযুক্ত আছিল শ্বাহীদে। 

এইজন শ্বাহীদৰ নেতৃত্বতেই ২০১৬ চনৰ ২ জানুৱাৰীত পাঠানকোট এয়াৰবেছ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। য'ত কেইবাগৰাকী সেনা শ্বহীদ হৈছিল। 

শ্বাহীদ লটিফৰ ঘৰ পাকিস্তানৰ গুজৰাংৱালাত। ১৯৯৪ চনৰ নৱেম্বৰ মাহত ভাৰতত লতিফক গ্ৰেপ্তাৰ কৰি বিচাৰ চলিছিল। ভাৰতত শাস্তি সম্পূৰ্ণ কৰাৰ পিছত ২০১০ চনত তেওঁক পাকিস্তানলৈ বিতাড়িত কৰা হয়। এন আই এৰ মতে, ভাৰতৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত শ্বাহিদ লতিফে পাকিস্তানৰ জেহাদী সন্ত্ৰাসবাদীৰ সৈতে পুনৰ যোগদান কৰিছিল। পাঠানকোট সন্ত্ৰাসবাদী আক্ৰমণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ