--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ অৰ্থাৎ ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ ফাইনেল মেচ। সমুখ সমৰত নামিব ভাৰত আৰু অষ্ট্ৰেলিয়া। প্ৰতিজন ভাৰতীয়ৰ মন এতিয়া উৎকণ্ঠিত..কি হ’ব কাইলৈ...!

ভাৰতে যাতে বিশ্বকাপ জয় কৰিব পাৰে তাৰবাবে উত্তৰ প্ৰদেশৰ কৌশম্বি জিলাৰ সকলো মছজিদত শুকুৰবাৰৰ জুমা নামাজৰ অন্তত আল্লাহৰ ওচৰত দোৱা মগা হয়। নামাজৰ পাছত মছজিদৰ বাহিৰত স্বাক্ষৰ অভিযানো চলোৱা হয়।

জিলা সদৰ মঞ্জনপুৰৰ জামা মছজিদকে ধৰি জিলাখনৰ আটাইকেইটা মছজিদত ভাৰতীয় দলৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰা হয়। জুমাৰৰ নামাজত মছজিদৰ ইমামকে ধৰি সকলো উপাসকে ভাৰতীয় ক্ৰিকেট দলৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰে।

মঞ্জনপুৰৰ জামা মছজিদৰ পৰা ওলাই আহি নমাজীয়ে ‘হিন্দুস্তান জিন্দাবাদ’ৰ শ্ল’গান দিয়ে, নমাজীয়ে মছজিদৰ বাহিৰতো ইজনে সিজনক জাতীয় গৌৰৱ ত্ৰিৰংগ বিতৰণ কৰে আৰু লগতে ভাৰতীয় ক্ৰিকেট দলৰ জয়ৰ বাবে ‘জিন্দাবাদ’ৰ শ্ল’গান দিয়ে।

এই সময়ছোৱাত জামা মছজিদৰ বাহিৰত এ এছ পি আৰু আৰক্ষী বাহিনীৰ লগতে ক্ৰীড়া কাৰ্যসূচীৰ আয়োজক ড° অৰুণ কেছাৰৱানী, ইৰফান আনছাৰী, ফাৰুক, শ্বাহ আলমকে ধৰি বহু লোক উপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক